DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Sex racket ডিগবৈত দেহ ব্যৱসায়ী চক্ৰ উৎখাত, কেইবাগৰাকীও যুৱক-যুৱতীক আটক আৰক্ষীৰ

মানস প্ৰতীম গগৈ, ডিগবৈ by মানস প্ৰতীম গগৈ, ডিগবৈ
July 13, 2022 7:18 pm
245
VIEWS
Share on FacebookShare on Twitter

নাৰী দেহ ব্যৱসায়ৰ অভিকেন্দ্ৰত পৰিণত হৈছে ডিগবৈৰ গোলাইস্থিত টুৰিষ্ট লজ। বহু বছৰৰ পূৰ্বে চৰকাৰৰ স্বীকৃতপ্ৰাপ্ত ডিগবৈৰ ব্যৱসায়ী পংকজ বৰুৱাৰ মালিকাধীন উক্ত লজ খনত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা মহিলা- যুৱতীক দেহ ব্যৱসায়ৰ বাবে অনাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

তেনে সময়তে তিনিচুকীয়া আৰক্ষী থানাৰ বিষয়া পৰাগ বৰগোঁহাইৰ নেতৃত্বত অভিযান চলাই ডিগবৈ টুৰিষ্ট লজৰ পৰা ছয় গৰাকী যুৱতীৰ সৈতে ৫ জন যুৱকক আটক কৰে ।

যুৱক কেইজন -ক্ৰমে আদিব আনচাৰী (২৪) , আৰিফ শ্বাহ,(২০), অমচৰ আলী( ২০), জালাউদ্দিন তালুকদাৰ (৪০) আৰু বিজয় শংকৰ আগৰৱালা( ৪৪) ।

ল’জখনৰ কৰ্মচাৰী সোমনাথ উপাধ্যায়কো (২৭) আটক কৰে আৰক্ষীয়ে ।

নিশা ২ বজাত ল’জ খনত চলিছিল আৰক্ষীৰ অভিযান । অভিযোগ অনুসৰি লজ খনৰ মেনেজাৰ হৰি শৰ্মা আৰু ৰুবি বৰুৱা নামৰ আন এগৰাকী মহিলাই যোগান ধৰিছিল এই যুৱতী সকলক। লজ খনৰ খনৰ ১২ আৰু ১৩ নম্বৰ কোঠাত যুৱক সকলে ব্যৱহাৰ কৰা বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ডিগবৈৰ পংকজ বৰুৱা মালিকানাধীন ল’জ খনত দীৰ্ঘ দিন ধৰি দেহ ব্যৱসায় চলাৰ অভিযোগ উঠিছে ।ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত আটকাধীন যুৱক- যুৱতী সকলক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd