• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চেতনানাশক দৰৱ দি ৰোগীৰ সৈতে শাৰীৰিক সম্পৰ্ক! ব্ৰিটেইনত ভাৰতীয় চিকিৎসকৰ ভয়ংকৰ কাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 5:29 pm
117
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা কৰিবলৈ গৈ প্ৰেম আৰু তাৰ পিছত স্থাপন হ’ল শাৰীৰিক সম্পৰ্ক। পৰৱৰ্তী সময়ত দুয়োৰে সম্পৰ্কত তিক্ততা অহাত ৰোগীক দিনে দিনে নিচাজাতীয় ঔষধ খুৱাবলৈ আৰম্ভ কৰিলে এগৰাকী ভাৰতীয় মূলৰ চিকিৎসকে। ইংলেণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। প্ৰায় এবছৰ ধৰি চলি থকা এই অপকৰ্ম পোহৰলৈ অহাৰ পিছত সমগ্ৰ ব্ৰিটেইনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযুক্ত চিকিৎসকগৰাকীৰ নাম চিৰাগ পেটেল। তেওঁ ২০১৮ চনৰ পৰা ৱেলছৰ কাৰ্ডিফ ইউনিভাৰ্চিটি হাস্পতালত নিউৰ’চাৰ্জন হিচাপে কৰ্মৰত আছিল। ২০১৯ চনত এগৰাকী মহিলাই তাত চিকিৎসাৰ বাবে গৈছিল। মহিলাগৰাকীৰ মেৰুদণ্ডৰ কিছু অংশ বেয়া হৈ গৈছিল, যাৰ বাবে অস্ত্ৰোপচাৰ কৰি সেই অংশটো কাটি পেলাবলগীয়া হৈছিল।

Apply Now

জানিব পৰা মতে, ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২১ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত চিকিৎসক চিৰাগে মহিলাগৰাকীৰ মুঠ তিনিবাৰ অস্ত্ৰোপচাৰ কৰিছিল। ২০১৯ চনৰ দ্বিতীয় অস্ত্ৰোপচাৰৰ পিছৰে পৰা দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে।

জানিব পৰা মতে, মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা ইমানেই জটিল আছিল যে চিৰাগৰ বাহিৰে আন কোনো চিকিৎসকৰ তেওঁক সুস্থ কৰাৰ অভিজ্ঞতা নাছিল। সমগ্ৰ ৱেলছত তেওঁৰ বাবে আন কোনো বিকল্পও নাছিল। চিকিৎসা চলি থকাৰ সময়তে দুয়োৰে মাজত কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন হয়। কিন্তু কিছু সময়ৰ পিছত মহিলাগৰাকীয়ে চিকিৎসকজনক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ গোপন সম্পৰ্কৰ কথা সকলোকে জনাই দিয়াৰ ভাবুকি দিয়ে।

ব্লেকমেইলিং আৰম্ভ হোৱাৰ লগে লগে চিৰাগে ৰোগীগৰাকীক নিচাজাতীয় ঔষধ দিবলৈ আৰম্ভ কৰে। হাস্পতালৰ চৰকাৰী নথিপত্ৰতো এই ঔষধ দিয়াৰ কোনো উল্লেখ নাছিল। প্ৰায় তিনি বছৰ আগতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল। আৰক্ষীৰ তদন্ত নহ’লেও পিছত মেডিকেল কাউন্সিলৰ ট্ৰাইবুনেলত চিৰাগৰ বিচাৰ আৰম্ভ হয়। কাউন্সিলে কয় যে নিজৰ পেচাৰ সুযোগ লৈ চিৰাগে ৰোগীৰ সৈতে যি আচৰণ কৰিছে, সেয়া আন ৰোগীসকলৰ বাবেও অতি বিপদজনক। এই ৰায়দানৰ পিছতেই চিৰাগক হাস্পতালৰ পৰা চাকৰিচ্যুত কৰা হৈছে। অৱশ্যে তেওঁক ভাৰতলৈ ঘূৰাই পঠোৱা হ’ব নে নহয়, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd