• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাতৃৰ বিয়াত অংশ ল’বলৈ ১০ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰিলে শ্বাৰ্জিল ইমামে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 6:09 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনৰ উত্তৰ-পূব দিল্লী সংঘৰ্ষৰ সৈতে জড়িত বৃহত্তৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত শ্বাৰ্জিল ইমামক সোমবাৰে দিল্লীৰ এখন আদালতে ১০ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। কাৰ্কাৰডুমা আদালতৰ অতিৰিক্ত অধিবেশন ন্যায়াধীশ সমীৰ বাজপেয়ীয়ে তেওঁৰ ভাতৃৰ বিয়াত উপস্থিত থকাৰ অনুমতি দি এই নিৰ্দেশ জাৰি কৰে। জানিব পৰা মতে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে তেওঁ এই জামিন লাভ কৰিব। ২০২০ চনত গ্ৰেপ্তাৰ হোৱাৰ পাছত যোৱা পাঁচ বছৰৰ ভিতৰত এয়া ইমামৰ প্ৰথমটো জামিন।

বিহাৰৰ জেহানাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা ভাষণসমূহ আছিল অত্যন্ত উচতনিমূলক। এই ভাষণসমূহ ভাইৰেল হোৱাৰ পিছতে দিল্লীৰ লগতে অসম, উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু মণিপুৰতো তেওঁৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ কাৰাগাৰত বন্দী হৈ আছিল।

Apply Now

ইমামে আদালতত আবেদন জনাইছিল যে তেওঁৰ ভাতৃৰ বিয়াৰ বাবে তেওঁক ছয় সপ্তাহৰ বাবে জামিন লাগে। তেওঁ উল্লেখ কৰিছিল যে ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিয়াৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অসুস্থ মাকৰ লগত কিছু সময় অতিবাহিত কৰাৰ বাবেও তেওঁক এই সকাহৰ প্ৰয়োজন। অৱশ্যে চৰকাৰী পক্ষই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যুক্তি দিছিল যে বিয়াত তেওঁৰ উপস্থিতি একেবাৰে বাধ্যতামূলক নহয় আৰু তেওঁৰ মাকৰ স্বাস্থ্যও সিমান সংকটজনক নহয়। তেওঁলোকে ছয় দিনতকৈ অধিক সময় জামিন নিদিবলৈ আদালতক আহ্বান জনাইছিল।

অৱশেষত আদালতে সকলো দিশ বিবেচনা কৰি ১০ দিনৰ বাবে তেওঁক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। অৱশ্যে এই সময়ছোৱাত তেওঁ কেইবাটাও চৰ্ত পালন কৰিব লাগিব। তেওঁ কোনো সাক্ষীৰ সৈতে কথা পাতিব নোৱাৰিব আৰু সংবাদ মাধ্যম বা ছ’চিয়েল মিডিয়াত কোনো ধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰিব। ইয়াৰ উপৰি তেওঁ নিজৰ ফোনটো সদায় অন কৰি ৰাখিব লাগিব আৰু কেৱল নিজৰ ঘৰ আৰু বিবাহ অনুষ্ঠানৰ স্থানতে আৱদ্ধ থাকিব লাগিব। উল্লেখ্য যে এই সমগ্ৰ গোচৰটোত মুঠ ১৮ জন অভিযুক্ত আছে যাৰ ভিতৰত ইতিপূৰ্বে ১১ জনে জামিন লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd