• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৫ আগষ্টতেই দেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিব নেকি শ্বেখ হাছিনাই? বুধবাৰৰ বিয়লিলৈ সকলোৰে অপেক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 2:25 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫ আগষ্টত দেশ এৰিছিল শ্বেখ হাছিনাই। জুলাই মাহৰ তীব্ৰ আন্দোলনৰ পিছত আগষ্ট মাহত বাংলাদেশত হাছিনা চৰকাৰৰ পতন ঘটিছিল। দুবছৰৰ পাছত পুনৰ আহিল আগষ্ট মাহ। এইবাৰ ৫ আগষ্টৰ দিনাই হাছিনাই দেশলৈ উভতি অহাৰ কথা ঘোষণা কৰিব নেকি, তাক লৈ ব্যাপক চৰ্চা চলিছে।

কেইদিনমান আগতে মুজিব কন্যাই স্পষ্ট কৰি দিছিল যে জেল বা শাস্তি যিয়েই নহওক কিয়, তেওঁ নিজৰ দেশলৈ উভতি যাব। কিন্তু কেতিয়া যাব, তাক লৈয়েই এতিয়া প্ৰশ্ন উঠিছে। ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপন হৈছে যে বুধবাৰেই তেওঁ এই দিনক্ষণ জনাব নেকি? ৫ আগষ্ট, বুধবাৰে দ্য ফৰেইন কৰেছপণ্ডেণ্টছ ক্লাৱ অৱ চাউথ এছিয়াত শ্বেখ হাছিনাই ভাষণ দিব। অৱশ্যে তেওঁ ভাৰ্চুৱেলীহে এই বাৰ্তা প্ৰদান কৰিব। এই অনুষ্ঠানত হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জয়, ক্ৰিকেটাৰ ছাকিব আল হাছানকে ধৰি বহু লোক উপস্থিত থাকিব।

Apply Now

গণঅভ্যুত্থানৰ ফলত ক্ষমতা হেৰুৱাইছিল হাছিনাই। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ট্ৰাইবুনেলে হাছিনাক গণহত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। এই শাস্তি মূৰ পাতি লৈ তেওঁ দেশলৈ উভতি যাব নে নাই, সেই জল্পনা-কল্পনাৰ মাজতেই তেওঁ নিজেই উভতি যোৱাৰ কথা প্ৰকাশ কৰিছিল।

হাছিনাই কেইদিনমান আগতে জনাইছিল যে তেওঁ এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহত দেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে। দেশলৈ গৈ আদালতত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা থকা বুলিও তেওঁ জনাইছিল। ইয়াৰ পাছতেই সংবাদ সংস্থা ৰয়টাৰ্ছক দিয়া এক সাক্ষাৎকাৰত হাছিনাই কয় যে দেশলৈ উভতি যোৱাৰ পিছত তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি হত্যাও কৰিব পাৰে। তথাপিও মই যাবই লাগিব। মোৰ দলৰ নেতা-কৰ্মীসকল চৰম নিৰ্যাতনৰ বলি হৈছে। মৃত্যু যদি আহিবলগীয়া আছে, তেন্তে সেয়া যেন মোৰ নিজৰ মাটিতেই আহে।

ইয়াৰ পূৰ্বে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আন এক সাক্ষাৎকাৰত কৈছিল যে দেশলৈ উভতি অহাৰ বিষয়টো কোনো নিৰ্দিষ্ট তাৰিখ বা সময়ৰ ওপৰত নিৰ্ভৰ নকৰে। বাংলাদেশত এক গণতান্ত্ৰিক পৰিৱেশ নিশ্চিত কৰা, মত প্ৰকাশৰ স্বাধীনতা, ৰাজনৈতিক অধিকাৰ আৰু আইনৰ শাসন পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি কাম কৰি আছো বুলি তেওঁ উল্লেখ কৰিছিল। এয়া কেৱল তেওঁৰ উভতি যোৱাৰ বাবেই জৰুৰী নহয়, বৰঞ্চ দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ লগতে জনসাধাৰণৰ সামগ্ৰিক কল্যাণ নিশ্চিত কৰাৰ বাবেও অপৰিহাৰ্য বুলি তেওঁ মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd