• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আই পি এল শেষ হোৱাৰ লগে লগে ৰূপালী পৰ্দাত বিস্ময় প্ৰতিভা বৈভৱ! কোন চিনেমাত ল’ব শেখৰ কাপুৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 1:41 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰোবাৰ বাবে তেওঁ ‘বিস্ময় প্ৰতিভা’, আন কাৰোবাৰ বাবে ‘বেবী বছ’। আই পি এলত আধিপত্য বিস্তাৰ কৰি বৈভৱ সূৰ্য্যবংশীয়ে বহু নাম লাভ কৰিছে। এই বছৰৰ বাবে তেওঁৰ আই পি এলৰ অভিযান শেষ। এইবাৰ তেওঁৰ ছবিত অভিষেক ঘটিব নেকি? কিংবদন্তি পৰিচালক শেখৰ কাপুৰে ছ’চিয়েল মিডিয়াত বৈভৱক নিজৰ ছবিত অভিনয় কৰোৱাৰ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। শেখৰে বৈভৱৰ সৈতে ‘মাছুম’ৰ দৰে আন এখন কালজয়ী ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে নেকি?

কোৱালিফায়াৰ ২ত গুজৰাট টাইটানছৰ হাতত ৰাজস্থান ৰয়েলছৰ পৰাস্ত হোৱাৰ পিছত বৈভৱৰ আই পি এল অভিযানৰ অন্ত পৰে। তেওঁ অলপৰ বাবে পুনৰ এটা শতক  হেৰুৱায়। মেচৰ অন্তত এই আচৰিত প্ৰতিভাই চকুলো টুকি থকা দেখা গৈছিল। চকুপানী যে স্পৰ্শ কৰে সেয়া বৈভৱৰ বাবে আকৌ এবাৰ প্ৰমাণিত হ’ল। ফাইনেলত তেওঁক দেখা নগ’ল। ১৫ বছৰীয়া এজন ক্ৰিকেটাৰক লৈ ইমানেই মুগ্ধ হৈ পৰিছে দেশবাসী। কোনোবাই কেতিয়াবা এনেকুৱা দৃশ্য দেখিছেনে?

Apply Now

সেই সকলোবোৰৰ মাজতো বৈভৱ আচলতে এটি শিশু। মুখ আৰু চকুত এতিয়াও সৰলতাৰ চিন। খেলপথাৰত যিমানেই ধ্বংসাত্মক, খেলপথাৰৰ বাহিৰত সিমানেই শিশুসুলভ আচৰণ কৰে। সেইটো আমি কেনেকৈ পাহৰি যাম? সেই কথা মনত ৰাখি শেখৰ কাপুৰে লিখিছে, ‘সূৰ্যবংশী যদি ইমান অসাধাৰণ ক্ৰিকেটাৰ নহ’লহেঁতেন, তেন্তে মই তেওঁক মাছুম চিনেমাত অভিনয় কৰিবলৈ ল’লোহেঁতেন।’

If sooryavanshi wasn’t such a sensational cricketer.. I could have cast him in Masoom the film z.. pic.twitter.com/p8vaLzq1e2

— Shekhar Kapur (@shekharkapur) May 31, 2026

মন কৰিবলগীয়া যে ১৯৮৩ চনত মুক্তি পোৱা শেখৰ কাপুৰৰ বিখ্যাত চিনেমা ‘মাছুম’ত অভিনয় কৰিছিল নাছিৰুদ্দিন শ্বাহ আৰু শ্বাবানা আজমীয়ে।  নাছিৰুদ্দিনৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল যুগল হংসৰাজে। এইবাৰ পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা বিজয়ী পৰিচালকগৰাকীয়ে বৈভৱক লৈ ‘মাছুম ২’ নিৰ্মাণ কৰিবলৈ ওলাইছে নেকি?

১৫ বছৰ বয়সত কৰিব নোৱাৰা সকলো কাম তেওঁ কৰিছে।২৩৭ ষ্ট্ৰাইক ৰেটত ৭৭৬ ৰান। গড়ে প্ৰায় পঞ্চাশ। ৭২ টা ছয়। চাৰিবাৰ মেন অৱ দ্য মেচ। এলিমিনেটৰত ৯৭, কোৱালিফায়াৰত ৯৬ ৰান। অলপৰ কাৰণে শতক হেৰুৱাছে। বৈভৱেই নহয়, যেন এই শতকবোৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলে হেৰুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd