• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! ফুটবল খেলিবলৈ গৈ খেলপথাৰতে ঢলি পৰিল শ্বিলঙৰ সাংসদ ৰিকি; ঘটিল কৰুণ পৰিণতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2026 8:14 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বিলঙৰ ৰাজনীতিৰ ক্ষেত্ৰখনত ঘটিল এক কৰুণ ঘটনা। ৰাজ্যখনৰ জনপ্ৰিয় লোকসভা সাংসদ ড০ ৰিকি এণ্ড্ৰু জে চিংকনৰ আকস্মিক দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে সন্ধিয়া মাউলাই মাউয়াং অঞ্চলত বন্ধুৰ সৈতে ফুটবল খেলি থকা অৱস্থাত হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হয়। খেলপথাৰতে ঢলি পৰে ৫৪ বছৰীয়া সাংসদগৰাকী। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, খেলৰ সময়ত হঠাতে তেওঁৰ অসুস্থ অনুভৱ হয় আৰু চেতনা হেৰুৱাই পেলায়। প্ৰথমতে তেওঁক ততাতয়াকৈ স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ আৰু পিছত ডাঃ এইচ গৰ্ডন ৰবাৰ্টছ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। নিশা ৮:৪২ বজাত তেওঁক মৃত ঘোষণা কৰা হয়।

Apply Now

কেৱল ৰাজনীতিবিদ নহয়, ৰিকি চিংকন আছিল মেঘালয়ৰ অতি প্ৰতিভাশালী ব্যক্তিত্ব। নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ (NEHU) অৰ্থনীতিৰ এই অধ্যাপকগৰাকী যথেষ্ট আকস্মিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভইচ অৱ দ্য পিপল পাৰ্টিৰ (VPP) সাধাৰণ সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল তিনিবাৰৰ হেভিৱেট কংগ্ৰেছৰ সাংসদ ভিনচেণ্ট এইচ পালা। তেওঁক ৩.৭ লাখ ভোটৰ অভিলেখ ব্যৱধানত পৰাস্ত কৰি ঐতিহাসিক জয় সাৱ্যস্ত কৰিছিল। ইয়াৰ পিছত তেওঁ দিল্লীৰ দৰবাৰত মেঘালয়ৰ বলিষ্ঠ কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

তেওঁৰ আকস্মিক আৰু অকাল মৃত্যুত মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰত শোকত ভাগি পৰিছে। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো বিৰোধী দলৰ শীৰ্ষ নেতাই চিকিৎসালয়ত গৈছে।

এগৰাকী বিনম্ৰ অধ্যাপকৰ পৰা জনপ্ৰিয় জননেতালৈ এই যাত্ৰাৰ অন্ত পৰাত তেওঁৰ অগণন অনুগামী বাকৰুদ্ধ হৈ পৰিছে। কেৱল উত্তৰ-পূব ভাৰততে নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতৌ শোকৰ গভীৰ ছাঁ পৰিছে। লোকসভাত তেওঁৰ বহু সতীৰ্থই শোক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd