• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Paris Olympics 2024: পদকৰ দৌৰত মনু, ইতিহাস গঢ়িলে মনিকাই! চাওক, তৃতীয় দিনা ভাৰতৰ সফলতা আৰু বিফলতা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 30, 2024 11:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ ৰ পেৰিছ অলিম্পিকৰ তৃতীয় দিনটোত কি সফলতা লাভ কৰিলে ভাৰতে এবাৰ চাওঁ আহক। পেৰিছ অলিম্পিকৰ তৃতীয় দিনটোত আন এটা ব্ৰঞ্জৰ পদকৰ বাবে এঢাপ ওচৰ চাপিছে মনু ভাকেৰে। বেডমিণ্টনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সাত্বিক আৰু চিৰাগে। ইফালে মনিকা বাট্ৰাই ইতিহাস গঢ়ি পদকৰ দিশত আগবাঢ়িছে। হকীতো অপৰাজিত হৈ আছে ভাৰত।

২০২৪ চনৰ পেৰিছ অলিম্পিকত একেৰাহে তৃতীয় দিনৰ বাবে সফলতা লাভ কৰিছে শ্বুটাৰ মনু ভাকেৰে। ফলাফলৰ ভিত্তিত ভাৰতৰ এই শ্বুটাৰগৰাকীয়ে  শিৰোনাম দখল কৰিছে। সৰবজোৎ সিঙৰ সৈতে যুটী বান্ধি তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম শাখাত ব্ৰঞ্জৰ পদকৰ মেচলৈ আগবাঢ়িছে। য’ত দুয়োজনে অৰ্হতা ৰাউণ্ডত তৃতীয় স্থান লাভ কৰিছিল।

কিন্তু মনু ভাকেৰ আৰু সৰাবজোৎ সিঙে পদক আশা দেখুওৱাৰ দিনটোতে ৰমিতা জিন্দাল আৰু অৰ্জুন বাবুতাই নিজ নিজ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত অলপৰ বাবে অলিম্পিক্স প’ডিয়াম মিছ কৰে।

Apply Now

লগতে পঢ়কঃ ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ ওয়েনাডত ভয়াবহ ভূমিস্খলন, কমেও ২৪ জনৰ মৃত্যু, বহু লোক আৱদ্ধ

বেডমিণ্টনত সাত্বিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰথমটো পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। সাত্বিক আৰু চিৰাগে পদক জয়ৰ সপোন দেখুৱাইছে। একে সময়তে লক্ষ্য সেনেও নিজৰ পুৰুষৰ একক মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলৰ দৌৰত থাকিবলৈ সক্ষম হয়।

আনহাতে, অশ্বিনী পোনাপ্পা আৰু তনিছা ক্ৰাষ্টোৱে বেক টু বেক পৰাজয়ৰ সন্মুখীন হৈ মহিলা ডাবলছত অন্তিম আঠত স্থান লাভ কৰাত ব্যৰ্থ হয়।

ইফালে পুৰুষৰ হকী পুল বি মেচত শেষ মুহূৰ্তত হৰমনপ্ৰীত সিঙৰ গ’লে ভাৰতৰ সন্মান ৰক্ষা কৰে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে শেষ মুহূৰ্তত গ’ল দি ভাৰতৰ হৈ হৰমনপ্ৰীত সিঙে এটা পইণ্ট ৰক্ষা কৰে।

লগতে পঢ়কঃ ঝাৰখণ্ডত মুম্বাইমুখী ৰে’লৰ ১৮টা ডবা লাইনচ্যুত, দুজনৰ মৃত্যু, কমেও ২০জন আহত

আনহাতে, অলিম্পিকত একক ইভেণ্টত ১৬ ৰাউণ্ডত স্থান দখল কৰি ইতিহাস ৰচনা কৰে মণিকা বাট্ৰাই। মনিকা অলিম্পিকত টেবুল টেনিছত মহিলা একক শাখাত ১৬ ৰাউণ্ডত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ।

সেইদৰে, ভাৰতীয় পুৰুষৰ আৰ্চাৰীৰ দলটোৱে আশাৰ বিপৰীতে হতাশাজনক ফলাফল লাভ কৰে। তেওঁলোকৰ প্ৰদৰ্শন বেয়া আছিল। তৃতীয় দিনা তুৰস্কৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় ভাৰতীয় পুৰুষ আৰ্চাৰী দল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd