• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীলৈ চপাৰ্চ ষ্টপৰ আগমনত অভিভূত বৰষাৰাণী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2019 6:41 pm
Actress Barsha Rani Bishaya at Shoppers Stop Guwahati during Sounds of Guwahati.

গুৱাহাটীৰ চপাৰ্চ ষ্টপত বৰষাৰাণী বিষয়া। ছবি সৌজন্য-- চপাৰ্চ ষ্টপ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ চিটি চেন্টাৰ নামৰ মলটোত শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি হৈছে চপাৰ্চ ষ্টপৰ প্ৰথমখন বিপণী।

কাপোৰ-কানি আৰু সৌন্দৰ্য্য সামগ্ৰীৰ বিপণীটোৰ গুৱাহাটী আগমনত অসমৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া অভিভূত হৈ পৰিছে।

Apply Now

“গুৱাহাটীত চপাৰ্চ ষ্টপৰ পদাৰ্পণত মই অভিভূত হৈ পৰিছো। এতিয়াৰেপৰা আমি আমাৰ একেবাৰে নিজৰ মহানগৰখনত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু বিশ্ব-শ্ৰেণীৰ শ্বপিঙৰ অভিজ্ঞতাৰ সোৱাদ লাভ কৰিম। এখন ওৱান-ষ্টপ শ্বপ হোৱাৰ বাবে, এখন চালৰ তলত মোৰ সাজ-পোছাক, প্ৰসাধনৰ সামগ্ৰী, জোতা-চেণ্ডেল আৰু আন ফেশ্বন সম্পৰ্কীয় বস্তুত চকু ফুৰাবলৈ মোৰ বাবে ই অতি সুবিধাজনক হৈ উঠিব। মই নিশ্চিত যে অসমৰ গ্ৰাহকসকলেও চপাৰ্চ ষ্টপৰ বিপণীলৈ আহি লাভান্বিত আৰু আনন্দিত হ’ব,” বিষয়াৰ মন্তব্য।

বিপণী মুকলি অনুষ্ঠানটোত “সৌষ্ঠৱ বৃদ্ধি”ৰ বাবে অভিনেত্ৰীগৰাকী উপস্থিত আছিল।

ভাৰতৰ ৪০খন মহানগৰত বিপণী থকা চপাৰ্চ ষ্টপৰ এইখন হৈছে ৮৪সংখ্যক বিপণী।

তাৰোপৰি মুকলি অনুষ্ঠানটোতে চপাৰ্চ ষ্টপে “চাউণ্ডচ অৱ গুৱাহাটী-বি দ্য চিঙগিং চুপাৰষ্টাৰ!” শীৰ্ষক এক কাৰ্যসূচীও অনুষ্ঠিত কৰে।

কাম্পেনিটোৰ মতে ই এক “অনন্য” উদ্যোগ আৰু ইয়াত তেওঁলোকে “সকলো উচ্চাকাংক্ষী সংগীত শিল্পীসকলক নিঃসংকোচে আহি আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এক ডাঙৰ সুযোগ দিয়ে।”

যোৱা এমাহত বিপণীখনত অনুষ্ঠিত হোৱা “অডিশ্যনৰ কঠিন ৰাউণ্ডৰ জৰিয়তে” নিৰ্বাচিত শীৰ্ষ দহগৰাকী গায়কে শুকুৰবাৰৰ অনুষ্ঠানটোত “গুৱাহাটী মহানগৰলৈ উৎসৰ্গিত উচ্চ ভাৱপূৰ্ণ এটি গীত গাবলৈ একেলগে ওলাই আহে।”

এটি স্থানীয় বেণ্ডৰ সহযোগিতাত আয়োজিত লাইভ অনুষ্ঠানটোত গায়কসকলে “প্ৰতিভা আৰু প্ৰশংসনীয় প্ৰৰ্দশনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম” হোৱা বুলি চপাৰ্চ ষ্টপৰ বিবৃতিত প্ৰকাশ। “এই কাৰ্যসূচীৰ জৰিয়তে চপাৰ্চ ষ্টপে গুৱাহাটীৰ চহকী সাংগীতিক ঐতিহ্য আৰু সংস্কৃতিক সজীৱ কৰি তোলে।”

অনুষ্ঠানটোত অভিনেত্ৰী বৰষাৰাণীয়ে উক্ত সংগীত শিল্পীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনায়।

অনুষ্ঠানত, চপাৰ্চ ষ্টপৰ কাষ্টমাৰ কেয়াৰ সহযোগী, মুখ্য বিপণন আৰু কাষ্টমাৰ বিষয়া উমা তালৰেজাই কয়, “উত্তৰ পূৰ্বাঞ্চলত এখন বজাৰ আছে যি আমাৰ পৰিধিৰপৰা লুকাই আছিল আৰু আমি ভাবো যে গুৱাহাটীত আমাৰ ব্যৱস্থা আৰু গ্ৰাহকসকলৰ মাজত এক ভাল সংযোগ হৈ পৰিব। ই এখন ইয়ং মাৰ্কেট আৰু আমি উপভোক্তাক আমাৰ বিপণীলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট কাৰণ নিশ্চিতি দিব খুজিছো আৰু আমাৰ বিপণীত তেওঁলোকে শ্ৰেষ্ঠ ব্ৰেণ্ড আৰু সেৱাৰে আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰিব। চাউণ্ডচ অৱ গুৱাহাটী আমাৰ প্ৰথম অভিযান যিয়ে আমাক যুৱ প্ৰজন্মৰ পছন্দ আৰু আগ্ৰহৰ অতি ওচৰ চপাই আনিব আৰু আমি আগ্ৰহী যে যুৱ প্ৰজন্মৰ কাৰণে তেওঁলোকৰ সপোনে আমাৰ ব্ৰেণ্ডৰ জৰিয়তে উন্নতিৰ জখলাত বগাবলৈ আমি এক প্লেটফৰ্ম হৈ পৰিম।”

গুৱাহাটীৰ চিটি চেন্টাৰ মলত অৱস্থিত এই বিপণীখন ৩টা মহলাৰ প্ৰায় ৪৪,000 বৰ্গফুট এলেকা জুৰি আছে আৰু “এখন চালৰ তলতে অতি পৰিস্ফূট আৰু অপেক্ষণীয় ব্ৰেণ্ডসমূহ আছে। চপাৰ্চ ষ্টপৰ এই নতুন বিপণীখনত ইয়াৰ এক্সক্লুচিভ ব্ৰেণ্ড ষ্টপ, লাইফ, ভেট্ট’ৰিঅ’ ফ্ৰেটিনি, ফ্ৰেটিনি ৱ’মেন, হাউট কাৰি আৰু কাশিষৰ অধীনত সমগ্ৰ কেটেগৰীৰ পণ্যদ্ৰব্যৰ বিস্তীৰ্ণ প্ৰকাৰসমূহ উপলব্ধ হ’ব।”

তেওঁলোকে লগতে জনায়, “চপাৰ্চ ষ্টপৰ ফাৰ্ষ্ট চিটিজেন লয়েল্টি প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীত গ্ৰাহকে তালিকাভুক্ত কৰিবলৈ আৰু লাভান্বিত হ’বলৈও সক্ষম হ’ব, যি দেশৰ এক ঈপ্সিত লয়েল্টি প্ৰগ্ৰেম যাৰ ৬ মিলিয়ন সদস্যৰ বিকশিত ভিত্তি আছে। এই কাৰ্যক্ৰমৰ অধীনত, ফাৰ্ষ্ট চিটিজেন মেম্বাৰশ্বিপৰ কাৰণে চাইন আপ কৰা গ্ৰাহকে সকলো বিপণীতে এক্সক্লুচিভ ফাৰ্ষ্ট চিটিজেন লাউঞ্জ, কেছ কাউন্টাৰত পোনপটীয়াকৈ তেওঁলোকৰ ৰিৱাৰ্ড পইন্ট খালচ কৰাৰ সুবিধা, গ’ল্ডেন গ্ল’ সদস্যৰ কাৰণে এক্সক্লুচিভ কেছ কাউন্টাৰ, চেল আৰু আন বাৰ্ষিক অফাৰৰ এক্সক্লুচিভ প্ৰিভিউৰ দৰে বিভিন্ন অফাৰ আৰু বিশেষ বিশেষাধিকাৰ লাভ কৰিব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd