• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইন শৃংখলা ৰক্ষাত ‘শ্বোলে’ৰ সংলাপ! ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে শ্ব’কজৰ সন্মুখীন আৰক্ষী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 12:05 pm
WhatsApp Image 2020-11-16 at 11.12.16 AM

ফটো সৌজন্য: ছচিয়েল মিডিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলচ্চিত্ৰৰ ষ্টাইলত সংলাপ আওৰাই বিপদত পৰিছে মধ্য প্ৰদেশৰ এগৰাকী আৰক্ষী বিষয়া। চিনেমাৰ প্ৰতি থকা অত্যধিক প্ৰেমৰ বাবে শ্ব’কজৰ সন্মুখীন হোৱা আৰক্ষী বিষয়াগৰাকীৰ চাকৰিক লৈ চলিছে এতিয়া টনাটনি।

মধ্য প্ৰদেশৰ কল্যানপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কে এল ডাংগীয়ে সহযোগীসকলক লৈ কৰ’না পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বিভিন্ন অঞ্চললৈ যায়।

Apply Now

বিভিন্ন স্থানত তেওঁ সতৰ্কবাৰ্তা দিয়ে যদিও তেওঁৰ এই বাৰ্তা দিয়াৰ পদ্ধতি আছিল কিছু সুকীয়া। সম্পূৰ্ণ চলচ্চিত্ৰৰ ভংগীৰে কে এল ডাংগীয়ে সত্তৰৰ দশকৰ ব্লক ব্লাষ্টাৰ ‘শ্বোলে’ৰ সংলাপ ব্যৱহাৰ কৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ভিডিঅ’টোত দেখা গৈছে যে জয় নাইবা বীৰুৰ সলনি ভিলেইন গব্বৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল আৰক্ষী বিষয়াগৰাকীয়ে। জীপত লৈ যোৱা মাইকত তেওঁ কোৱা শুনা যায়,’’কল্যাণপুৰৰ পৰা ৫০-৫০ কিলোমিটাৰ পৰ্যন্ত যেতিয়া কোনো শিশুৱে কান্দে, মাকে তাক কয়, বেটা শুই যোৱা, ডাংগী আহি যাব।‘’

অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সামান্য ৰসিকতা কৰিয়েই বিষয়াগৰাকীয়েই হয়তো এনে সংলাপ কৈছিল। কিন্তু ছচিয়েল মিডিয়াত সেই ভিডিঅ’ ভাইৰেল হৈ পৰাত শীৰ্ষ আৰক্ষী বিষয়াৰ দৃষ্টিত পৰে। ফলত শ্ব’কজৰ সন্মুখীন হয় আৰক্ষী বিষয়া ডাংগী।

Show-cause notice issued to KL Dangi, Incharge of Kalyanpura Police station in Jhabua who was spotted saying an altered version of ''Sholay'' from a megaphone mounted on his police jeep @ndtv @ndtvindia pic.twitter.com/wVnQsyIW30

— Anurag Dwary (@Anurag_Dwary) November 16, 2020

এই সন্দৰ্ভত স্থানীয় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীক শ্ব’কজ দিয়া হৈছে। বিষয়টোৰ সম্পূৰ্ণ তদন্ত কৰি চোৱা হ’ব। চিনেমাৰ প্ৰতি কাৰোবাৰ অনুৰাগ থাকিব পাৰে, কিন্তু কৰ্তব্যৰত আৰক্ষী বিষয়াৰ পৰা এনে ব্যৱহাৰ আশা কৰা নাযায়।

নিজৰ পদ মৰ্যাদা অক্ষুণ্ণ ৰখাটো জৰুৰী বুলি জ্ঞান কৰা শীৰ্ষ বিষয়াৰ ৰোষত পৰি আৰক্ষী বিষয়া ডংগীৰ চাকৰিক লৈয়ো এতিয়া শংকাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd