• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙত পুনৰ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীত এ এছ ডি চিৰ হুংকাৰ

নংগী টেৰণ by নংগী টেৰণ
October 8, 2018 9:23 am
কাৰ্বি আংলঙত গণ সমাৱেশ

দেওবাৰে কাৰ্বি আংলঙৰ ডেন আৰঙত অনুষ্ঠিত গণ সমাৱেশত ভাষণ দিছে এ এছ ডি চি নেতা জছন বেই। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি (এ এছ ডি চি) য়ে কাৰ্বি আংলঙ জিলাৰ ডিফুত দেওবাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰি এক বিশাল গণ সমাৱেশত আঞ্চলিক দলটোৰ নেতাসকলে উদাত্ত ভাষণ আগবঢ়ায়।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জছন বেই  দলসমূহৰ নেতাসকলক তথা ৰাষ্ট্ৰীয় দললৈ যোৱা নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়।

Apply Now

সাংসদ বীৰেন সিং ইংতি আৰু অসমৰ পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী ছুম ৰংহাক সমালোচনা কৰি প্ৰাক্তন মুখ্য কাৰ্যবাহী বেই কয়, ‘’সীমান্ত অঞ্চলত থকা সীমান্ত খুটি আৰু চাইনব’ৰ্ডসমূহ মেঘালয়ৰ লোকে ভাঙি পেলাইছে, কিন্তু ইংতি আৰু ৰংহাঙে এই সন্দৰ্ভত কোনো মন্তৱ্য কৰা নাই। সাংসদ বীৰেন সিঙৰ ওপৰত ভৰসা কৰাৰ কোনো উদ্দেশ্য আছে আছে নেকি।‘’

বেই লগতে ড০ জয়ন্ত ৰংপী আৰু এলুইন টেৰণকো সমালোচনা কৰে।

প্ৰাক্তন মুখ্য কাৰ্যবাহীগৰাকীয়ে অজিত তিমুঙে স্বায়ত্ত শাসিত ৰাজ্য দাবী আন্দোলনক ৩০ বছৰ ধৰি নেতৃত্ব প্ৰদান কৰিও কেন্দ্ৰীয় চৰকাৰৰ সৈতে কোনো চুক্তি স্বাক্ষৰ কৰাত ব্যৰ্থ হোৱাৰ বাবে সমালোচনা কৰে।

‘’ আমি অজিত তিমুং, বীৰেন সিঙ ইংতি আৰু খৰচিং ইংতিৰ দৰে একেধৰণৰ এই নেতাসকলক সমৰ্থন কৰিব পাৰোনে?’’- বেই এইদৰে প্ৰশ্ন কৰে।

কাৰ্বি আংলঙত আলোড়নৰ সংষ্টি কৰা ২৪ টাতকৈয়ো অধিক সংগঠনৰ উপদেষ্টা জে আই কাথাৰ সন্দৰ্ভত বেই কয়, ‘’ জে আই কাথাৰ যদিওবা নিজেই এগৰাকী যোগ্য নেতা, কিন্তু তেওঁ অৱশেষত জাকাছক ধ্বংস কৰিলে।‘’

তেওঁ লগতে কয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত পূৰ্বৰ বছৰৰ তুলনাত পুঁজি বৃদ্ধি পাইছে।

‘’ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০০০ কোটি টকাতকৈয়ো অধিক আৱন্টন দিয়াৰ লগতে বিশেষ আঁচনিৰ বাবে কেন্দ্ৰৰ সমৰ্থিত পুঁজিৰ সৈতে পৰিষদৰ বাৰ্ষিক পুঁজি হ’বগৈ ৩০০০ কোটি টকা। পৰিষদে ইমান বৃহৎ পুঁজি লাভ কৰাৰ পিছতো কোনো উন্নয়ন হোৱা নাই। ৰাস্তা-ঘাট জৰাজীৰ্ণ আৰু স্কুল তথা কলেজৰ গৃহসমূহ মেৰামতি কৰা হোৱা নাই,’-এইদৰে অভিযোগ কৰে বেই।

নংগী টেৰণ

নংগী টেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd