• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উদীয়মান ক্ৰিকেটাৰ শুভমন গীলৰ হাতত ভংগ হ’ল বিৰাট কোহলীৰ দহ বছৰ পুৰণি অভিলেখ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 5, 2019 4:23 pm

1 min read

Virat and Shuvman

বিৰাট কোহলী আৰু শুভমন গীল

76.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ উদীয়মান ক্ৰিকেটাৰ শুভমন গীলে সোমবাৰে দেওধৰ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত ‘চি’ক নেতৃত্ব দি ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ নামত থকা দহ বছৰীয়া পুৰণি এক অভিলেখ ভংগত কৰে।

কোহলীৰ অভিলেখ ভংগ কৰি শুভমনে দেওধৰ ট্ৰফীৰ ফাইনেলত কোনো দলক নেতৃত্ব দিয়া দেশৰ সৰ্বকনিষ্ঠ অধিনায়কত পৰিণত হয়। শুভমনে মাত্ৰ ২০ বছৰ বয়সতে ভাৰত ‘চি’ক নেতৃত্ব দিয়ে দিয়ে।

আনহাতে, বিৰাট কোহলীয়ে ২০০৯-১০ বৰ্ষৰ দেওধৰ ট্ৰফীৰ ফাইনেলত ২১ বছৰ বয়সত উত্তৰ মণ্ডলৰ অধিনায়ক হিচাপে আছিল।

উল্লেখযোগ্য যে, পূৰ্বেও বিৰাট কোহলীয়ে শুভমন গীলৰ প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰিছিল।

‘‘এই বয়সত ময়ো শুভমনৰ দৰে খেলিব পৰা নাছিলো,’’ চলিত বৰ্ষত শুভমনে ভাৰতীয় এদিনীয়া দলৰ হৈ অভিষেক ঘটোৱাৰ সময়ত কোহলীয়ে শুভমনক প্ৰশংসা কৰি কৈছিল।

উল্লেখযোগ্য যে, ফাইনেলত শুভমনে ভাৰত ‘চি’ক নেতৃত্ব দিলেও ভাৰত ‘বি’ৰ বিৰুদ্ধে পৰাস্ত হ’বলগীয়া হয়।

প্ৰতিযোগিতাখনত শুভমনে ভাৰত ‘এ’ৰ বিৰুদ্ধে খেলা শতকীয় ইংনিছটোৱে ভাৰত ‘চি’ক ফাইনেলত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd