• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছ আই কেলেংকাৰী: বিজেপিৰ দুৰ্নীতিৰ দোকানৰ গ্ৰাহক কোন? নাম প্ৰকাশ কৰিলে বৰপেটা জিলা কংগ্ৰেছে

পুলেন্দ্র কুমাৰ দাস by পুলেন্দ্র কুমাৰ দাস
October 4, 2020 8:25 pm
1222
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপিৰ দুৰ্নীতিৰ দোকানৰ গ্ৰাহক প্ৰাক্তন কংগ্ৰেছী ৰকিবুল ইছলাম ৷ বিজেপিয়ে দুৰ্নীতিৰ দোকান খুলিছে বাবেহে একাংশ লোক সেই দোকানৰ গ্ৰাহক হৈছে ৷” এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই ৷

বৰপেটা জিলা কংগ্ৰেছৰ নেতা ৰকিবুল ইছলামৰ নাম এচ আই পৰীক্ষা কেলেংকাৰীত সাঙোৰ খোৱাৰ পিছতে আজি বৰপেটা ৰাজীৱ ভৱনত এক সংবাদ মেলৰ আয়োজন কৰে কংগ্ৰেছ দলে ৷

Apply Now

এছ আই পৰীক্ষা কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত তথা বিজেপি নেতা দিবন ডেকাক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিনি নাপাও বুলি কোৱা কথাৰ প্ৰসংগ উত্থাপন কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়- “আমি বিজেপিৰ নিচিনা নহয়, আমি চিনি পোৱা মানুহক চিনি নাপাও বুলি নকও ৷”

জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে, এছ আই পৰীক্ষা কেলেংকাৰীত নাম সাঙোৰ খোৱা ৰকিবুল ইছলাম পূৰ্বতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল ৷

পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থিত্ব বিচাৰি পদত্যাগ কৰিছিল ৰকিবুল ইছলামে ৷

পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা ৰকিবুল ইছলাম কংগ্ৰেছৰ কোনো পদবীত নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷

জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, প্ৰকৃতাৰ্থত চৰকাৰখনে নিযুক্তিৰ নামত এখন দুৰ্নীতিৰ দোকানহে খুলিছে ৷ এই দুৰ্নীতিৰ দোকানত একাংশ লোকে যিদৰে গ্ৰাহকৰ ৰূপত অৱতীৰ্ণ হৈছে ঠিক একেদৰে ৰকিবুল ইছলামেও গ্ৰাহকৰ ৰূপত অবতীৰ্ণ হোৱা বুলি তেওঁ মন্তব্য কৰে ৷

সংবাদমেলত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আফতাবউদ্দিন, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ আৰ টি আই বিভাগৰ উপাধ্যক্ষ ত্ৰৈলোক্য পাঠক, সম্পাদক নিতুল দাস আদিও উপস্থিত থাকে ৷

পুলেন্দ্র কুমাৰ দাস

পুলেন্দ্র কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd