• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ববাসীক ঐতিহ্যৰ সৈতে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে দ্য ৰয়েল হেৰিটেজ চাইক্ল’থনৰ শুভাৰম্ভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 10, 2021 10:14 am
paracyclist in sibsagar

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাইকেল চলাই শিৱসাগৰৰ ঐতিহাসিক সমল সমুহ পৰিদৰ্শন কৰাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে এদল উদ্যমী যুৱকে।

যান্ত্ৰিকতাৰ পৰা আঁতৰি শৰীৰ সুস্থ আৰু সৱল কৰি ৰখা আৰু শিৱসাগৰৰ ঐতিহাসিক সমল সমুহ বিশ্ববাসীৰ ওচৰত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এদল যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা এয়া।

Apply Now

চাইকেল চলাই শিৱসাগৰৰ ঐতিহাসিক সমল সমুহ পৰিদৰ্শনৰ এই কাৰ্যসূচী শিৱসাগৰ চাইক্লিং এচ’ছিয়েচনৰ।

শিৱসাগৰৰ ঐতিহাসিক শিৱ’দলৰ পৰা আৰম্ভ কৰা হয় এই ৰেলী।

অসমৰ প্ৰায় তিনি শতাধিক চাইক্লিষ্টে অংশ গ্ৰহণ কৰা The Royal Heritage Cyclothon, কাৰ্যসূচীৰ ফ্লেগ অফ কৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ পেৰা চাইক্লিষ্ট  ৰাকেশ বনিয়ে।

দেওবাৰে পুৱা ৫ বজাত ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী গড়গাঁৱৰ কাৰেংঘৰ, পহুগড়, ৰংঘৰ আদিকে ধৰি সকলো ঐতিহাসিক সমল সামৰি প্ৰায় ৪২ কিলোমিটাৰ পৰিভ্ৰমণ কৰিব।

জিলাখনৰ কেইবাগৰাকী আৰক্ষী তথা প্ৰশাসনীয় বিষয়া, ক্ৰীড়াবিদেও এই ৰেলীত অংশ গ্ৰহণ কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd