• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীসহ মহিলা গাঞ্জা ব্যৱসায়ীক

থানা চৌহদতে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি ড্ৰাগছ মাফিয়াৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 31, 2021 6:37 am
20210531_044700

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনে শিৱসাগৰ নগৰত মুকলিকৈ ড্ৰাগছৰ ব্যৱসায় চলাই থকা জিম্পী ওৰফে মুস্তাক আহমেদক আটক কৰা হৈছে।

দেওবাৰে শিৱসাগৰ আৰক্ষীয়ে এক অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ী আৰু গাঞ্জা সহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। শিৰোমণি ডেকা নামৰ গাঞ্জা ব্যৱসায়ী গৰাকীৰ পৰা প্ৰায় ৪০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।

Apply Now

উল্লেখ্য যে দেওবাৰে কেইজনমান সমাজ সচেতন যুৱকে গৌৰৱ নগৰৰ পৰা সুনিল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে সুনিলক সোধাপোচা কৰাত তেওঁ বাবুপট্টিৰ জিম্পী এৰফে মুস্তাক আহমেদ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ড্ৰাগছ যোগান ধৰাৰ কথা কয়। আৰক্ষীয়ে লগে লগে বাবুপট্টিৰ বৰা ৰোডত থকা জিম্পীৰ বাসগৃহত তালাচী চলায় আৰু তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে।

জিম্পী নামৰ এই ড্ৰাগছ মাফিয়াটোৱে দীৰ্ঘদিন ধৰি বাবুপট্টি অঞ্চলৰ পৰা ড্ৰাগছৰ ব্যৱাসায় চলাই আহিছিল।

বাবুপট্টীৰ মছজিদৰ সন্মুখতেই নলাৰ ওপৰত এখন দোকান দি তাৰ পৰাই ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। নলাৰ ওপৰত অবৈধভাৱে স্থাপন কৰা উক্ত দোকানখন তাৰপৰা উঠাই দিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

ইপিনে এইগৰাকী জিম্পীক কেইদিনমানৰ আগতে  শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছিল যদিও পিছদিনাই তেওঁক মুকলি কৰি দিছিল।

অৱশেষত শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিৰ বাবে দেওবাৰে এই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন দুজন ড্ৰাগছ আসক্ত যুৱককো গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।

আনহাতে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আব্দুল নুৰ আলিৰ ড্ৰাগছ মাফিয়া জিম্পীয়ে থানাৰ চৌহদতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। ঘটনাৰ সন্দৰ্ভত সাংবাদিক গৰাকীয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত জিম্পী ওৰফে মুস্তাক আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

দীৰ্ঘদিন ধৰি শিৱসাগৰত ড্ৰাগছৰ ব্যৱসায় কৰি বহু যুৱক যুৱতীৰ জীৱন ধ্বংস কৰা এইসকল ড্ৰাগছ মাফিয়াক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ শিৱসাগৰ আৰক্ষী অধীক্ষক অনুৰোধ জনাইছে শিৱসাগৰবাসীয়ে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd