• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণৰ লগতে গঠন হ’ল শিৱসাগৰ জিলা পৰিষদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 8, 2019 6:32 am
IMG-20190207-WA0002

শিৱসাগৰ জিলা পৰিষদৰ সদস্যৰ বৃহস্পতিবাৰে শপত গ্ৰহণ অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ বৃহস্পতিবাৰে প্ৰথমখন বৈঠকৰ লগতে  শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাক্ষত অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে জিলা উপায়ুক্ত এছ লক্ষ্মণনে।

উপায়ুক্তই নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালী বৰদলৈয়ে সকলোকে একোখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।

Apply Now

ইয়াৰ পাছতে সকলো সদস্যৰ উপস্থিতিত শিৱসাগৰ জিলা পৰিষদখন গঠন কৰা হয়। জিলা পৰিষদৰ সভাপতি আৰু উপ- সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় ক্ৰমে বিজেপিৰ ধ্ৰুৱজ্যোতি মাউট আৰু অগপৰ ৰেখা কলিতা।

১৭ গৰাকী সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতি পদৰ বাবে বিজেপিৰ ধ্ৰুৱজ্যোতি মাউত আৰু কংগ্ৰেছৰ উত্তম দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে মহিলাৰ বাবে সংৰক্ষিত উপ-সভাপতি পদৰ বাবে অগপৰ ৰেখা কলিতা আৰু কংগ্ৰেছৰ টুলুমণি বড়া কোঁৱৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত উপায়ুক্তই নিৰ্বাচনী বিধি অনুসৰি দুয়োটা পদৰ বাবে ভোটগ্ৰহণৰ ব্যৱস্থা কৰে।

সকলো সদস্যৰ  ভোটগ্ৰহণৰ অন্তত ফলাফল অনুসৰি ধ্ৰুৱজ্যোতি মাউত আৰু ৰেখা কলিতাই ১০ টা কৈ ভোট লাভ কৰাৰ বিপৰীতে উত্তম দাস আৰু টুলুমণি বড়া কোঁৱৰে ৭ টা কৈ ভোট লাভ কৰে।

শিৱসাগৰ জিলা পৰিষদৰ এই প্ৰথম বৈঠক আৰু শপত গ্ৰহণ অনুষ্ঠানত নৱ নিৰ্বাচিত সদস্য সকলৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সংসদৰ হৈ উপস্থিত থাকে বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভি ৰাজকুমাৰী, আমগুৰি সমষ্টিৰ বিধায়ৰক হৈ বুনয় তামুলী, নাজিৰা সমষ্টিৰ বিধায়কৰ হৈ অপূৰ্ব বৰুৱা,  থাওৰা সমষ্টিৰ বিধায়কৰ হৈ দিপীকা কাকতি দুৱৰী আৰু আমগুৰি, ডিমৌ, গৌৰীসাগৰ,  শিৱসাগৰ  উন্নয়ন খণ্ডৰ বিষয়া সকল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd