• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অস্বস্তিত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! ভূমি কেলেংকাৰী গোচৰত সিদ্দাৰামায়াৰ বিৰুদ্ধে তদন্তৰ অনুমতি ৰাজ্যপালৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 17, 2024 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই শনিবাৰে ৰাজভৱনক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে, কাৰণ মহীছুৰু নগৰ উন্নয়ন প্ৰাধিকৰণে (মুডা)ৰ ভূমি আবণ্টনৰ অভিযোগত সংঘটিত কেলেংকাৰীত ৰাজ্যপালে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিবলৈ অনুমোদন দিবলৈ অনুমতি প্ৰদান কৰাৰ পাছতে কেন্দ্ৰই ৰাজভৱনক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।

এই পদক্ষেপৰ প্রথম প্রতিক্রিয়াত সিদ্দাৰমাইয়াই অভিযোগ কৰে যে এয়া বিৰোধীয়ে তেওঁৰ নির্বাচিত চৰকাৰখন উফৰাই পেলোৱাৰ বাবে কৰা ষড়যন্ত্র৷ কংগ্ৰেছ তেওঁৰ কাষত থিয় দিছে বুলি উল্লেখ কৰি ৰাজ্যপালৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “সমগ্ৰ কেবিনেট মোৰ লগত আছে। সমগ্ৰ হাইকমাণ্ড মোৰ লগত আছে। সকলো বিধায়ক আৰু এম এল চি মোৰ কাষত থিয় দিছে।”

Apply Now

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে ৰাজ্যপালৰ এই পদক্ষেপক কৰ্ণাটকৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনক বিজেপি, জেডি(এছ) আদিৰ দ্বাৰা উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ।

‘মুডা কেলেংকাৰী’ক উজাগৰ কৰা আৰ টি আই কৰ্মী টি জে আব্ৰাহামে দাখিল কৰা অভিযোগৰ পাছতে ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে সিদ্দাৰামায়াৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি বিয়লি ৩ বজাত অভিযোগকাৰীক ৰাজভৱনত সাক্ষাৎ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ দিয়ে।উল্লেখ্য যে, মুখ্যমন্ত্রীৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাজ্যপালৰ অনুমতি প্রয়োজন৷

ৰাজ্যপালৰ এই পদক্ষেপে কৰ্ণাটকত কংগ্ৰেছ আৰু বিজেপিৰ মাজত নতুন ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। কংগ্ৰেছে এই পদক্ষেপক বিজেপি আৰু কেন্দ্ৰই ৰাজ্য চৰকাৰক লক্ষ্য কৰি লোৱাৰ কৌশল বুলি অভিযোগ কৰি ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান জনায়।

মুডা ভূমি কেলেংকাৰী কি?
সিদ্দাৰামায়াৰ পত্নী পাৰ্বতীৰ মালিকানাধীন কেছাৰু গাঁৱৰ ৩.১৬ একৰ মাটিক কেন্দ্ৰ কৰি এই বিতৰ্ক। এই মাটি মুডাই এটা লেআউট উন্নয়নৰ বাবে অধিগ্ৰহণ কৰিছিল আৰু পাৰ্বতীক ২০২২ চনত বিজয়নগৰত ১৪টা প্ৰিমিয়াম ছাইট ৫০:৫০ আঁচনিৰ অধীনত ক্ষতিপূৰণ হিচাপে আবণ্টন দিয়া হৈছিল।

কিন্তু কৰ্মীসকলে অভিযোগ কৰে যে পাৰ্বতীক আবণ্টিত প্লটটোৰ সম্পত্তিৰ মূল্য মুডাই অধিগ্ৰহণ কৰা তেওঁৰ মাটিৰ স্থানৰ তুলনাত অধিক।

মুডাই পত্নীক অনুচিতভাৱে মাটি আবণ্টন দিয়াৰ অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে সিদ্দাৰামায়াই। ইয়াৰ পূৰ্বে তেওঁ কয় যে আমাৰ মাটি অবৈধভাৱে মুডাই লৈছিল, যাৰ বাবে তেওঁ (মোৰ পত্নী) মাটি বা ক্ষতিপূৰণৰ বাবে যোগ্য।

স্মৰ্তব্য যে, জুলাই মাহত কৰ্ণাটক চৰকাৰে এই গোচৰৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পি এন দেশাইৰ অধীনত একক সদস্যৰ তদন্ত আয়োগ গঠন কৰিছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd