DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছিকিমত প্ৰথমটো কোভিড-১৯ পজিটিভ কে’চ চিনাক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 7:05 pm
covid-19

প্ৰতিনিধিত্বমূলক ফটো

12.1k
VIEWS
Share on FacebookShare on Twitter

ছিকিমত আজি ৰাজ্যখনৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ কে’চ ধৰা পৰিছে।

জানিব পৰা মতে আক্ৰান্ত লোকজন কিছু দিনৰ পূৰ্বে নতুন দিল্লীৰ পৰা ৰাজ্যখনলৈ উভতি আহিছিল। লোকজনৰ বয়স ২৫ বছৰ।

ছিকিমৰ স্বাস্থ্য বিভাগৰ সচিব তথা পৰিচালন সঞ্চালক ড০ পেম্বা চেৰিং ভূটীয়াই এই কথা সদৰী কৰি আক্ৰান্ত লোকজনৰ ঘৰ দক্ষিণ ছিকিমত বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই পৰ্যন্ত এটাও কোভিড-১৯ৰ কে’চ নথকা ছিকিমত আজি প্ৰথমজন আক্ৰান্ত ব্যক্তি ধৰা পৰাত ৰাজ্য চৰকাৰ কিছি চিন্তিত হৈ পৰিছে।

বিশেষকৈ অহা ১৫ জুনৰ পৰা ৰাজ্যখনৰ শিক্ষা বিভাগে বিদ্যালয়সমূহ খোলাৰ পৰিকল্পনাক এতিয়া পুনৰ বিবেচনা কৰিব লাগিব।

কালি অৰ্থাৎ শুকুৰবাৰে ছিকিমৰ শিক্ষা মন্ত্ৰী নৰেন্দ্ৰ কুমাৰ প্ৰধানে অষ্টম শ্ৰেণীৰ ওপৰৰ শ্ৰণীসমূহ খোলা হ’ব বুলি কৈছিল। তেওঁ জনোৱা মতে অহা বৰ্ষৰ ফেব্ৰুৱাৰিত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd