• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক সমৰ্থন : মনোনয়ন প্ৰত্যাহাৰ কৰিলে শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰে

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
March 30, 2019 11:01 am
Dilip Kumar an Independent candidate withdraws his nomination and walks out with his supporters in Silchar on Friday

শুকুৰবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰে শিলচৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰে। ফটো : নৰ্থইষ্ট নাও

499
VIEWS
Share on FacebookShare on Twitter

‘’নিৰ্বাচনোত্তৰ পৰিস্থিতিত যদি হ’ৰ্ছ ট্ৰেডিং হয়, সম্ভৱত: নিৰ্বাচনৰ আগেয়ে ইয়াক ‘পিগ’(গাহৰি) ট্ৰেডিং হোৱা বুলি ক’ব পাৰি,’’-নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰাজনৈতিক বিশ্লেষকে এইদৰে কয়।

 শিলচৰত খিলঞ্জীয়া মঞ্চ নামৰ সংগঠনটোৰ সমৰ্থনত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যোৱা ২৫ মাৰ্চত মনোনয় দাখিল কৰা দিলীপ কুমাৰে শুকুৰবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা প্ৰসংগত আছিল তেওঁৰ এই মন্তব্য।

 নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বিৰুদ্ধে খিলঞ্জীয়া মঞ্চৰ সদস্যসকলৰ সৈতে আন্দোলনত নমা দিলীপ কুমাৰে শুকুৰবাৰে নিজৰ স্থিতি সলনি কৰি মঞ্চৰ অনুমোদন বা সমৰ্থন অবিহনেই তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে আৰু অবিশ্বাস্য হ’লেও ভাৰতীয় জনতা দলক সমৰ্থন দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে।

 মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছতেই নৰ্থইষ্ট নাওৰ আগত দিলীপ কুমাৰে কয়, ‘’ মই যোৱা ২৭ মাৰ্চত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা এটা বাৰ্তা লাভ কৰিলো আৰু যাৰ বাবে ৰাষ্ট্ৰভাষা চাহ জনজাতি উন্নয়ন মঞ্চৰ এটা পাঁচজনীয়া দলৰ সৈতে ইয়াৰ মুখ্য আহ্বায়কগৰাকী বৃহস্পতিবাৰে আহি গুৱাহাটী পাইছেহি। মুখ্য মন্ত্ৰীৰ প্ৰতিনিধি আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক লগ পাই আগন্তুক দিনত চাহ বাগিচা সম্প্ৰদায়ৰ সকলো দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ বাবে আমি ইয়াৰ মডেলিটি সম্পৰ্কে আলোচনা কৰিব নোৱাৰো, কিন্তু নিৰ্বাচনৰ পাছতে আমাৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।‘’

 তেওঁ লগতে কয়, ‘’মুখ্য মন্ত্ৰী লগতে মোক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ কৰিছিল যাৰ বাবে মই সেয়া কৰিলো। মোৰ সংগঠনৰ সদস্যসকল সন্মত হৈছে তথা মোৰ সিদ্ধান্তক সমৰ্থন কৰিছে আৰু এতিয়া আমি সকলোৱে আগন্তুক নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিম।‘’

আনহাতে, খিলঞ্জীয়া মঞ্চৰ কোনো সদস্যক তেওঁৰ সৈতে গুৱাহাটীলৈ লৈ যোৱা নাছিল আৰু তেওঁলোকে দিলীপ কুমাৰৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে এতিয়া অসন্তুষ্ট হৈ পৰিছে।

অৱশ্যে দিলীপ কুমাৰে ভাৱে যে তেওঁৰ সংগঠনৰ সকলো দাবী পূৰণ হ’বলৈ যোৱাটো চাহ জনগোষ্ঠীৰ বাবে এক বিজয়। জয় বা পৰাজয়  সেয়া যি নহওঁক, খিলঞ্জীয়া মঞ্চৰ সদস্যৰ বাবে নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে দিলীপ কুমাৰৰ ‘হাত মিলোৱাটো’ৱে দেখাতকৈ বহু বেছি ৰহস্যৰ ইংগিত দাঙি ধৰিছে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd