• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচন ২০২৪: থোৰতে শিলচৰ লোকসভা সমষ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 2:39 pm
Lok Sabha election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপি আহিছে ২০২৪ৰ লোকসভা নিৰ্বাচন। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৪ টা লোকসভা নিৰ্বাচনৰ বাবেও পূৰ্ণ প্ৰস্তুতি চলিছে। নিৰ্বাচনী ৰণত সম্পূৰ্ণ ৰূপে নামি পৰিছে শাসক-বিৰোধী সকলো দল।

ৰাজ্যৰ ১৪ টা লোকসভা নিৰ্বাচনৰ ভিতৰত অন্যতম এটা সমষ্টি  হৈছে শিলচৰ লোকসভা সমষ্টি। ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অঞ্চলটোক কাছাৰ সমষ্টি বুলি কোৱা হৈছিল। সমষ্টিটোৱে বৰাক উপত্যকাৰ সমগ্ৰ কাছাৰ জিলাখন সামৰি লৈছে।

Apply Now

কাছাৰ জিলাৰ ভিতৰত অৱস্থিত এইখন চহৰৰ আকাৰ আৰু জনসংখ্যা দুয়োটা দিশতে অসমৰ দ্বিতীয় বৃহত্তম চহৰ হিচাপে পৰিগণিত হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,৬৭৭,৮২১ জন।

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি শিলচৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১২,৫৭,৪৫৯। ইয়াৰে ৬,৩৮,৬৩৫ গৰাকী পুৰুষ ভোটাৰ, ৬,১৮,৭৬২ গৰাকী মহিলা ভোটাৰ আৰু ৬২ গৰাকী তৃতীয় লিংগ ভোটাৰ।  

শিলচৰ সংসদীয় সমষ্টিটোত শিলচৰ, সোণাই, ধলাই, উধৰবন্দ, লক্ষীপুৰ, বৰখোলা আৰু কাটিগোৰা ৭টা বিধানসভা খণ্ড আছে। সমষ্টিটোত ১৯৭৪ চনত চিপিআইএম জয়ী হোৱাৰ বাদে আন সময়ত বিজেপি আৰু কংগ্ৰেছেই মূলতঃ প্ৰধান দল হিচাপে পৰিগণিত হৈছে।

গত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ড° ৰাজদ্বীপ ৰয়ে কংগ্ৰেছৰ সুস্মিতা দেৱক পৰাস্ত কৰি সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ৰয়ে ৪৯৯৪১৪টা ভোট লাভ কৰাৰ বিপৰীতে সুস্মিতা দেৱে লাভ কৰিছিল ৪১৭৮১৮টা ভোট।

আগন্তুক নিৰ্বাচনত বিজেপিয়ে পৰিমল শুক্লবৈদ্যক মনোনীত কৰাৰ বিপৰীতে কংগ্ৰেছে শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে সূৰ্য কান্ত সৰকাৰক মনোনীত কৰিছে।

 

শিলচৰ লোকসভা সমষ্টিৰ পৰা জয়ী হোৱা পূৰ্বৰ সাংসদসকলঃ

ড° ৰাজদ্বীপ ৰয় (বিজেপি): ২০১৯

সুস্মিতা দেৱ (কংগ্ৰেছ): ২০১৪

কবীন্দ্ৰ পুৰকায়স্থ (বিজেপি): ২০০৯

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ২০০৪

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৯৯

কবীন্দ্ৰ পুৰকায়স্থ (বিজেপি): ১৯৯৮

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৯৬

কবীন্দ্ৰ পুৰকায়স্থ (বিজেপি): ১৯৯১

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৮৪

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৮০

ৰছিদা হক চৌধুৰী (কংগ্ৰেছ): ১৯৭৭

নুৰুল হুদা (চিপিআই(এম): ১৯৭৪

জ্যোৎস্না চন্দা (কংগ্ৰেছ): ১৯৭১

জ্যোৎস্না চন্দা (কংগ্ৰেছ): ১৯৬৭

জ্যোৎস্না চন্দা (কংগ্ৰেছ): ১৯৬২

নিবাৰণ চন্দ্ৰ লস্কৰ (কংগ্ৰেছ): ১৯৫৭

সুৰেশ চন্দ্ৰ দেৱ (কংগ্ৰেছ): ১৯৫২

নিবাৰণ চন্দ্ৰ লস্কৰ (কংগ্ৰেছ): ১৯৫২

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd