DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত জ্যোতিপ্ৰসাদক স্মৰণ, স্মৃতিগ্ৰন্থ উন্মোচন

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
January 17, 2022 6:22 pm
Silpi Divas celebrations in Sivasagar
126
VIEWS
Share on FacebookShare on Twitter

আজি শিল্পী দিৱস৷ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো জ্যোতিপ্ৰসাদক স্মৰণ কৰি পালন কৰা হৈছে শিল্পী দিৱস।

বীণাপাণি সংগীত মহাবিদ্যালয় আৰু শ্ৰীমন্ত শংঙ্কৰদেৱ কলা কেন্দ্ৰৰ উদ্যোগত থানামুখবাসী ৰাইজৰ সহযোগত বীণাপনি সংগীত মহাবিদ্যালত শিল্পী দিৱস পালন কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়৷

সুজিতা দাসে আঁত ধৰা এই মুকলি সভাত কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, সমাজকৰ্মী পোনাৰাম মিলি, ডেম্বিৰাম পাংগিং, বিজেপি নগৰ মণ্ডলৰ সভাপতি প্ৰণৱ কুমাৰ বৰুৱা, বীণাপাণি সংগীত বিদ্যালয়ৰ অধ্যক্ষ সূৰয পাতিৰ, সম্পাদক ক্ষীৰোদ নাথ দাস আদি কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

আজিৰ মুকলি সভাতেই বীণা নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়| অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে গড়গাওঁ মহাবিদ্যালয় অধ্যক্ষ সব্যসাচী মহন্ত।

শিল্পী দিৱসৰ অনুষ্ঠানতেই সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বয়োজ্যোষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

সন্ধিয়ালৈ শিল্পী আৰু কলা-কুশলী সকলে ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত ‘নিৰ্মল ভকত’ নাট মঞ্চস্থ কৰিব।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd