• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতীৰ পিঠিত “ভোজপুৰী কুইন”; কল্পনাক কাষত লৈ অতুল বৰাৰ সিংহৰ দৰে গোঁজৰণি

২১ ত ৰঞ্জিত দাসৰ সমষ্টি ‘সৰভোগ’লৈ শেন চকু সমষ্টিটোৰ জীয়ৰী কল্পনাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 9, 2020 9:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পদুম এৰি হাতীৰ পিঠিত উঠিল ‘ভোজপুৰী কুইন’ খ্যাত কল্পনা পাটোৱাৰী।

আজি আনুষ্ঠানিকভাৱে অগপত যোগদান কৰিলে কন্ঠশিল্পী কল্পনা পাটোনাৰীয়ে

Apply Now

পাটোৱাৰীক অগপৰ মজিয়ালৈ আদৰণি সভাপতি অতুল বৰাই

কল্পনাৰ অগপত যোগদানৰ পাছতেই যেন গাত বল পালে অতুল বৰাই

অতুল বৰাৰ দাবী ‘কল্পনা পাটোৱাৰীয়ে অগপত যোগদান কৰাৰ পাছত ১০০ সিংহৰ শক্তি লাভ কৰিলো।‘

কল্পনাৰ সন্মুখতে অতুলৰ গুজৰণি মাৰি অতুল বৰাই তেওঁৰ স্ব-ৰচিত কবিতা আবৃত্তি কৰে।

ইপিনে, অতুল বৰা যে এলা-পেচা নেতা নহয় সেই কথা প্ৰতিপন্ন কৰিবলৈ  সমালোচকসকলকো কটাক্ষ কৰে।সমালোচকে সমালোচনা কৰিলেও কেৰেপ নকৰে অতুল বৰাই এখন কাণৰে সোমোৱাই আন এখন কাণৰে বাহিৰ কৰি দিয়ে সকলো সমালোচনা

তেওঁ কয় ‘টেলিভিছনৰ ষ্টুডিঅ’ত বহি একাংশই অগপপ্ৰীতি দেখুৱাবলৈ আমাক সমালোচনা কৰে। তেওঁলোক আঞ্চলিকতাবাদী চিন্তাধাৰাৰ নহয়। মই এইবোৰত গুৰুত্ব নিদিওঁ। এখন কাণৰে শুনো আন এখন কাণৰে উলিয়াই দিওঁ। এইবোৰ কথা নুশুনো, নুবুজো আৰু নাচাওঁ।‘

ইপিনে, জুবিন গাৰ্গৰ ‘পলিটিক্স নকৰিবা বন্ধুৰ বিপৰীতে ন-অগপ কল্পনাৰ মুখত পলিটিক্স কৰি যোৱা বন্ধু বুলিহে প্ৰকাশ কৰে।  লগতে অসমৰ নাৰীসমাজক সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ আহ্বান জনায় কল্পনাই।

২১ ৰ নিৰ্বাচনত প্ৰাৰ্থীৰূপে দেখা পাব কল্পনা পাটোৱাৰীক। সৰু-সুৰা সমষ্টি নহয়, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৰভোগ সমষ্টিলৈ চকু কল্পনা পাটোৱাৰীৰ

‘ৰাজনীতিত আহিছো যিহেতু নিৰ্বাচন খেলাৰ ইচ্ছা থাকিবই। পুতলা হৈ বহি থাকিবলৈতো অহা নাই। মোৰ জন্মভুমি সৰভোগ। কিন্তু এতিয়া তাত ৰঞ্জিত দাদা আছে।জ্যেষ্ঠসকলে কি কৰে চাওঁ। জিকিলেও সৰভোগৰ বাবে কাম কৰিম হাৰিলেও কাম কৰি যাম। গোটই অসমখনকে মই সমষ্টি বুলি ভাবো। কিন্তু জন্মভুমি হিচাপে সৰভোগত দিলেই ভাল পাম।‘  পাটোৱাৰীয়ে এইদৰে কয়।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীক লেই লেই চেই চেই কৰিছিল অসমৰ জনতাই। কিন্তু অগপ নেতৃত্বক তেল মাৰিবলৈ গৈ তিনি মন্ত্ৰীৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন কল্পনা পাটোৱাৰীৰ

বিভিন্ন সময়ত ছ’চিয়েল মেডিয়াত আমাৰ তিনিগৰাকী মন্ত্ৰীক সমালোচনা কৰে। কিন্তু তেওঁলোকৰ সেই সময়ত যি স্থিতি আছিল সেয়া অতি সুন্দৰ আৰু যথোপযোগী স্থিতি আছিল।‘ পাটোৱাৰীয়ে এইদৰে কয়।

ভাষণৰ মাজতে গীত মাতৰে উপস্থিত অগপ নেতা-কৰ্মীক আকৰ্ষণৰ চেষ্টা কল্পনা পাটোৱাৰীৰ।

এতিয়াৰে পৰা অগপৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে কাম কৰিব কল্পনা পাটোৱাৰীয়ে। কল্পনা পাটোৱাৰীক লৈ অগপ নেতৃত্বৰ পূৰ্ণ আশা ‘ন-সাজৰে’ অগপক প্ৰতিষ্ঠা কৰাত নিৰ্ণায়ক ভূমিকা ল’ব কল্পনাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd