• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেব : মহানগৰীত অগ্নিগৰ্ভ পৰিস্থিতি; সান্ধ্য আইন, ১৪৪ ধাৰা জাৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2019 6:52 pm

1 min read

মহানগৰীৰ জি এছ ৰোডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ নিৰ্মম লাঠীচালনা
1.1k
VIEWS
Share on FacebookShare on Twitter

কেব বিৰোধী প্ৰতিবাদত কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত এতিয়া অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীত বৰ্তমান পৰিস্থিতি অত্যন্ত উত্তপ্ত হৈ আছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পুৰ্ণ ব্যৰ্থ হোৱাৰ পিছত জিলা প্ৰশাসনে গুৱাহাটী মহানগৰত সান্ধ্য আইন আৰু ১৪৪ ধাৰা জাৰি কৰিছে।

আজি সন্ধ্যা ৬.১৫ বজাৰ পৰা ১২ ঘণ্টাৰ বাবে এই সান্ধ্য আইন বাহাল থাকিব।

উল্লেখযোগ্য যে বিক্ষোভৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা ৰাজধানী দিচপুৰত এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। প্ৰতিবাদকাৰীয়ে যান-বাহনতো অগ্নি সংযোগ কৰিছে, ফলত আৰক্ষী-নিৰাপত্তা বাহিনীয়ে লাঠীচালনা কৰাৰ লগতে ৰাইজক চত্ৰভংগ দিবলৈ শূণ্যলৈ গুলীচালনা কৰে।

মহানগৰীৰ আন ঠাইসমূহতো একেই উত্তপ্ত পৰিস্থিতি। শেহতীয়াভাৱে উলুবাৰীতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰাৰ খবৰ আহিছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd