• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন সম্পৰ্কত সাংবাদিকৰে গুৰুত্বপূৰ্ণ বৈঠক শিৱসাগৰ জিলা উপায়ুক্তৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 19, 2019 7:31 pm
IMG-20190319-WA0010

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা বৈঠকৰ ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আজি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে সংবাদ মাধ্যমৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। ৰাতিপুৱা ১১ বজাত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকত নিৰ্বাচন সমন্ধীয় বিভিন্ন তথ্য দাঙি ধৰা হয়।

২০১৪ বৰ্ষৰ তুলনাত ২০১৯ বৰ্ষৰ নিৰ্বাচনত জিলাখনত ৫২ শতাংশ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশা কৰে উপায়ুক্ত গৰাকীয়ে। চৰকাৰী তথ্য অনুসৰি শিৱসাগৰ নিৰ্বাচনী জিলাত মুঠ ৫০৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে শিৱসাগৰত ১৯৬ টা, আমগুৰিত ১৬৬ টা, থাওৰাত ১৪৪ টা আৰু নাজিৰাত ১৪০ টা ভোটগ্ৰহণ  কেন্দ্ৰ আছে।

Apply Now

আনহাতে, জিলাখনৰ ৮৪ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। শিৱসাগৰ জিলাত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৩ লাখ ৭৩ হাজাৰ বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২৮৫০ গৰাকী চৰকাৰী কৰ্মচাৰী নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে, ভোটাৰৰ সুবিধা তথা ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে। শিৱসাগৰ  মহাবিদ্যালয়, ডিমৌ ছোৱালী মহাবিদ্যালয়, আউনীআতি  হেমচন্দ্ৰ মহাবিদ্যালয়ত এনে কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে। ডিমৌৰ আঠাবাৰী চাহ বাগিচাৰ এটা ভোটদান সজাগতা শিৱিৰত ৰাইজৰ বিপুল সহাৰি লাভ কৰা বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, নিৰ্বাচনী আয়োগে আগন্তুক লোকসভা নিৰ্বাচনত সংবাদ মাধ্যমৰ ওপৰতো চোকা দৃষ্টি ৰাখিব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰি সংবাদকৰ্মী সকলক পেইড নিউজ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

বৈঠকত উপস্থিত থাকি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই নিৰ্বাচনৰ সময়ত জিলাখনৰ নিৰাপত্তাৰ দিশত আৰক্ষী প্ৰশাসনে চোকা দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে। বিশেষকৈ নাগালেণ্ডৰ সীমান্ত গাঁও সমূহত আৰক্ষীয়ে নিৰাপত্তা দিশটো অধিক কতকতীয়া কৰি তুলিব বুলি কয় অধীক্ষক গৰাকীয়ে।

বৈঠকত শিৱসাগৰ জিলাৰ সাংবাদিক সকলৰ লগতে জিলাখনৰ নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্ম আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানা উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd