DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, April 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ, চান্দমাৰী থানাৰ গোচৰৰ পৰাও হ’ল মুক্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 1:18 pm
akhil-gogoi-1200-1140x570
271
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনীয়া বন্দিত্বৰ পৰা হয়তো মুক্তি পাব কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

কেন্দ্ৰীয় অনুসন্ধান সংস্থা NIA ৰ আন এটা গোচৰৰ পৰাও আজি অখিল গগৈ মুক্ত হয় ।

ফলত শীঘ্ৰে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।

চান্দমাৰী থানাৰ NIA ই তদন্ত কৰা গোচৰৰ পৰা মুকলি কৰি দিয়া হৈছে অখিল গগৈক। অখিল গগৈৰ বিৰুদ্ধে মাওবাদীৰ তথ্য-প্ৰমাণ দিব নোৱাৰিলে NIA ই।

ফলত চান্দমাৰী থানাৰ ১৩/২০ গোচৰৰ পৰা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰা হয় অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক।

অখিলৰ অধিবক্তা কৃষ্ণ গগৈয়ে জনাইছে এই কথা। বর্তমানো আদালতৰ ভিতৰতে আছে অখিল গগৈ। আজি বা কাইলৈ মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ।

এতিয়া অখিল গগৈৰ বিৰুদ্ধে আৰু কোনো গোচৰ নাই।

আদালতৰ এনে ৰায়দানক আদৰণি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্ক ডি শইকীয়াই নৰ্থ ইষ্ট নাওক কয় যে এয়া ৰাইজৰ জয়।

চৰকাৰে NIA ৰ জৰিয়তে অখিল গগৈৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ জাপি দি নেতাগৰাকীৰক প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছিল, কিন্তু সেয়া সম্ভৱ নহ’ল বুলিও তেওঁ কয়।

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd