• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈৰ সুস্বাস্থ্য কমনা আৰু মুক্তিৰ দাবীৰে শিৱসাগৰৰ বিভিন্ন স্থানত নিজ নিজ ঘৰৰ পদুলিত বন্তি প্ৰজ্বলন 

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 5, 2020 9:24 pm

1 min read

অখিল গগৈৰ সুস্বাস্থ্য কমনা আৰু মুক্তিৰ দাবীৰে শিৱসাগৰৰ বিভিন্ন স্থানত নিজ নিজ ঘৰৰ পদুলিত বন্তি প্ৰজ্বলন 
1.3k
VIEWS
Share on FacebookShare on Twitter

কৰাৰুদ্ধ অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি আৰু সকলো ‘কা’ বিৰোধী আন্দোলনকাৰীৰ মুক্তিৰ দাবীৰে বীৰ লাচিত সেনাই আজি সন্ধিয়া সমগ্ৰ ৰাজ্যবাসীক নিজৰ নিজৰ ঘৰৰ পদুলিৰ মুখত এগচি বন্তি জ্বলাবলৈ আহ্বান জনাইছিল।

অসম আৰু অসমীয়া জাতিৰ হকে আপোচবিহীনভাৱে মতমতা কৃষক নেতা অখিল গগৈক চৰকাৰে যোৱা ৬ মাহ ধৰি কাৰগাৰত বন্দি কৰি ৰাখিছে। চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি সংগ্ৰামী নেতা জনক আজীৱন কাৰাবন্দী কৰি ৰখাৰ ষাড়যন্ত্ৰ কৰিছে বুলি দাবী কৰে বীৰ লাচিত সেনাই।

আজি সন্ধিয়া শিৱসাগৰৰ বিভিন্ন স্থানত অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি নিজৰ নিজৰ ঘৰৰ পদুলিত এগচি বন্তি জ্বলোৱাৰ লগতে এই বন্তিৰ জৰিয়তে  অখিল গগৈ লগতে সকলো কাৰাবন্দী নেতাক মুকলি কৰি দিয়াৰ বাবে প্ৰতীকী প্ৰতিবাদী সাব্যস্ত কৰা হয়।

ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বিভিন্ন স্থানত কাৰাবন্দী সকলক মুকলি কৰি দিছে তেনেস্থলত অসম চৰকাৰে কিয় অখিল গগৈ আৰু আন আন ‘কা’ বিৰোধী আন্দোলনকাৰী সকলক মুকলি কৰি দিয়া নাই তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কৃষক নেতাজনৰ মুক্তিৰ বাবে আলফা স্বাধীনেও দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছিল।

ইপিনে, নিজ পুত্ৰৰ সুস্বাস্থ্য কমনা কৰি আজি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও নিজা গৃহৰ পদুলিত এগচি বন্তি জ্বলায় প্ৰৰ্থনা কৰে।

Recent News

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd