• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাষ্ট্ৰলৈ এখন মুকলি চিঠি’; এটা কবিতাৰ বাবেই ক্ৰাইমব্ৰাঞ্চৰ জিম্মাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 21, 2020 10:54 am
ফটো উৎস : ফেইচবুক

ফটো উৎস : ফেইচবুক

33.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ এগৰাকী মেধাৱী ছাত্ৰক নিশা আৰক্ষীয়ে ঘৰৰ পৰা উঠাই নিয়াৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰত।

শিৱসাগৰ জিলাৰ থাওৰাৰ ৰজাবাৰী নিবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি গগৈক সোমবাৰে নিশা প্ৰায় ৮.৩০ মান বজাত নিজ গৃহৰ পৰা আৰক্ষীয়ে আটক কৰি নিয়ে।

বগা ৰঙৰ এখন গাড়ীত অহা আৰক্ষীৰ দলটোৱে নিজকে শিৱসাগৰ আৰক্ষীৰ দল বুলি পৰিচয় দিছিল বুলি পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

পিছত যুৱকজনক ডিমৌ আৰক্ষী থানালৈ নিয়া হয় যদিও ৰাতি ডিমৌ আৰক্ষীয়ে যুৱকজনক গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চক চমজায় দিয়ে আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে যুৱকজনক মাজ নিশা গুৱাহাটীলৈ লৈ আনে।

উল্লেখ্য যে গুৱাহাটী বিশ্ব বিদ্যালয়ত অধ্যয়ণৰত মেধাৱী ছাত্ৰ দীপজ্যোতিয়ে ১৬ জুলাইত সামাজিক মাধ্যমত ‘ৰাষ্ট্ৰলৈ এখন মুকলি চিঠি’ নামৰ তেওঁ আবৃতি কৰা এটা কবিতা আপলোড দিছিল।

ইয়াৰ উপৰি তেওঁ অখিল গগৈৰ মুক্তিৰ দাবী কৰি বিভিন্ন পোষ্ট দিছিল সামাজিক মাধ্যমত। কা বিৰোধী আন্দোলনত জড়িত আছিল দীপজ্যোতি গগৈ।

দীপজ্যোতিক এইদৰে ৰাতি আৰক্ষীৰ লোকে আটক কৰা ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে তেওঁৰ বন্ধু-বান্ধৱে। সামাজিক মাধ্যমত সকলোৱে দীপজ্যোতিক মুকলি কৰি দিবলৈ দাবী জনাইছে।

আনহাতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ছাত্ৰৰ ওপৰত কৰা এনে অত্যাচাৰক ধিক্কাৰ জনোৱাৰ লগতে মেধাৱী ছাত্ৰজনক মুকলি কৰি দিবলৈ দাবী জনায়।

জানিব পৰা মতে দীপজ্যোতি ফেইচবুকত সপোনৰ শিৱসাগৰ নামৰ এটা পেইজৰ লগতো জড়িত।

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd