• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ONGCৰ দায়িত্বহীনতা : ক’ৰ’নাত আক্ৰান্ত E-1400-1 নম্বৰ ৰিগত কৰ্মৰত আৰু ৬ কৰ্মচাৰী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 5, 2020 7:02 am
20200519_021153
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত অ’এনজিচি কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই E-1400-1 নম্বৰৰ ৰিগত কৰ্মৰত আৰু ছয়জন কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ।

অ’এনজিচি কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই শিৱসাগৰ জিলাৰ গেলেকী হাতিপটিস্থিত E-1400-1 নম্বৰৰ ৰিগত কৰ্মৰত ১০ জনকৈ কৰ্মচাৰীৰ শৰীৰত কোভিড ১৯ পজিটিভ পোৱা গৈছিল।

Apply Now

সেই একেটা ৰিগতে কৰ্মৰত আন ছয়জন কৰ্মচাৰীৰ শৰীৰত মংগলবাৰে কোভিড১৯ পজিটিভ ধৰা পৰে। যাৰবাবে এতিয়া আতংকৰ সৃষ্টি হৈছে অ’এনজিচিৰ বিভিন্ন ৰিগত কৰ্মৰত কৰ্মচাৰীৰ মাজত।

উল্লেখ্য যে যোৱা ২৯ জুলাইত হাতিপটিৰ E-1400-1 নম্বৰ ৰিগটোত কৰ্মৰত হেমন্ত কুমাৰ নামৰ কৰ্মচাৰীজন ৰেপিড এন্টিজেন টেষ্টত কোভিড১৯ পৰজিটিভ পোৱা যায়।

কৰ্মচাৰীজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ৰিগটোত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পৰিৱৰ্তে দুটা দিন অন্য কৰ্মচাৰীৰ সহায়ত খনন কাৰ্য চলাই থাকে।

আনহাতে কৰ্মচাৰীজনৰ কভিড১৯ পজিটিভ পোৱাৰ পাছতো ৰিগটো চেনিটাইজ নকৰাৰ আন এক গুৰুত্বৰ অভিযোগ উঠিছে অ’এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে।

ইপিনে দুদিন পিছত অৰ্থাৎ ৩১ জুলাইত ৰিগটোত কৰ্মৰত আন কৰ্মচাৰীসকলক ৰেপিড এন্টিজেন টেষ্ট কৰোৱাত ৭ জন কৰ্মচাৰীৰ শৰীৰত কোভিড১৯ ধৰা পৰে। আৰু ১ আগষ্টৰ দিনা আন দুজন কৰ্মচাৰীৰ দেহত কোভিড১৯ পজিটিভ ধৰা পৰে।

নতুনকৈ আজি কোভিড১৯ পজিটিভ পোৱা অ’এনজিচিৰ কৰ্মচাৰী কেইজন হ’ল চন্দন দুৱৰা (জাঁজী), সীমান্ত বৰা (কোঁৱৰপুৰ), তিলক বৰুৱা (গেলেকী), ব্ৰজা শৰ্মা (অ’এনজিচি ক’লনি),  মানসপ্ৰতীম গগৈ আৰু পূৰ্ণ বসুমতাৰী।

২৯ জুলাইত ৰিগটোত কৰ্মৰত প্ৰথমজন কোভিড১৯ পজিটিজ কৰ্মচাৰী ওলোৱাৰ পিছত ৰিগটো চেনিটাইজ কৰি বা কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি অন্য কৰ্মচাৰীসকলক কোৱাৰেন্টাইনত ৰখা হ’লে ৰিগটোত কৰ্মৰত কৰ্মচাৰীসকলক কোভিডৰ পৰা বচাব পাৰিলেহেতেন।

কিন্তু অ’এনজিচি কৰ্তৃপক্ষই তাকে নকৰি দুটা দিন ৰিগৰ কাম চলাই থকাত ৰিগটোত কৰ্মৰত প্ৰায় সংখ্যক কৰ্মচাৰীয়েই কোভিড১৯ত আক্ৰান্ত হ’ল বুলি ক’ব বিচাৰে একাংশ সচেতন মহলে।

কেৱল অ’এনজিচিৰ গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই এটা ৰিগত কৰ্মৰত ১৬ জনকৈ ব্যক্তি কোভিড১৯ পজিটিভত আক্ৰান্ত হ’ল।

Tags: COVID-19
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd