• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ২৮ নৱেম্বৰত আৰম্ভ হ’ব ষষ্ঠ সংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 22, 2018 4:12 pm

1 min read

film-festival-tanu-750x375

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক তনুশ্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত। ফটো : নৰ্থইষ্ট নাও

244
VIEWS
Share on FacebookShare on Twitter

অহা ২৮ নৱেম্বৰত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেন্টাৰত ষষ্ঠ সংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ বাকী অংশৰ পৰা আমন্ত্ৰিত কেইখনমান ছবিও এইবাৰ মহোৎসৱ প্ৰদৰ্শিত হ’ব।

উল্লেখযোগ্য যে ই আয়োজন কৰা এখনি চুটি ছবি প্ৰতিযোগিতাত ৩০০ খন চলচ্চিত্ৰই যোগদান কৰিছিল আৰু তাৰ মাজৰ পৰা বাচনি কৰা শীৰ্ষ ১৫ খন চলচ্চিত্ৰ মহোৎসৱখনত প্ৰদৰ্শন কৰা হ’ব।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শ্ৰীৰাম ডেলটনৰ ‘স্প্ৰীং বাৰ্ড’ মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ’ব।

নাগামিজ ছবি ‘নানী টেৰি মৰনী’, ছিকিমৰ ‘ৰালাং ৰ’ড’, অসমৰ ‘চোৰ’ আৰু ‘বৰনদী ভটিয়াই’ আদি হ’ল মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া কেইখনমান ছবি।

অনুপম কৌশিক বৰা পৰিচালিত ‘বৰনদী ভটিয়াই’ ছবিখন সামৰণি ছবি হিচাপে প্ৰদৰ্শন কৰা হ’ব।

প্ৰসিদ্ধ চলচ্চিত্ৰ ব্যক্তিত্ব বোমান ইৰাণী, শকুন বাত্ৰা আৰু ৰাজেশ মপুছকাৰ এই বছৰৰ মহোৎসৱত উপস্থিত থাকিব।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মহোৎসৱখনৰ সঞ্চালক তনুশ্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে চলচ্চিত্ৰ মহোৎসৱখনে প্ৰাৰম্ভিক কালৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰসমূহক তুলি ধৰাৰ প্ৰচেষ্টা চলাই আহিছে।

অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ পৰিচালক পুলক গগৈক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব।

Recent News

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd