• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত কেঁচাপাতৰ মূল্য আন ঠাইতকৈ কেজিত ১০-১২ টকা কমকৈ দিয়ে ফেক্টৰিসমূহে : অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , August 29, 2018 11:35 am

2 min read

DSC02334-01
98
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাতৰ উচিত মূল্য পোৱা নাই। যাৰ বাবে জিলা খনত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। এই মন্তব্য বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি প্ৰবীণ হাজৰিকা আৰু সম্পাদক ড০ ৰঞ্জন গগৈৰ।

মঙলবাৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক সংবাদ মেলত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়-ববীয়াসকলে বিশ্বনাথ জিলাৰ কাষৰীয়া লখিমপুৰ আৰু ৰঙাপৰাত কেঁচা পাতৰ মূল্য ২৩-২৫ টকা প্ৰতি কি:গ্ৰামত দি থকা অৱস্থাত বিশ্বনাথত ১৪-১৫ টকা কৰাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

আনহাতে কেঁচাপাত ক্ৰয়ৰ ক্ষেত্ৰতো বিশ্বনাথৰ বতলিফ ফেক্টৰী আৰু আন ফেক্টৰী সমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক পেটে মৰাৰ অভিসন্ধি ৰচা বুলিও বিষয়ববীয়া সকলে তাপৰ্যমূলক মন্তব্য কৰা দেখা যায়।

সন্থাই টি মণিটৰিং কমিটিৰ নিৰ্দেশনা মতে চাহ ফেক্টৰী সমূহে কেঁচাপাতৰ মূল্য নিদিয়াত উদ্বেগ প্ৰকাশ কৰাৰ লগতে সন্থাই আনকি জিলা উপায়ুক্ত গৰাকীক কমিটিয়ে এই সম্পৰ্কীয় নিৰ্দেশনা নমনা বুলিও অভিযোগ কৰে।

সংবাদমেলত সন্থাৰ বিষয়-ববীয়াসকলে কেঁচাপাতৰ উচিত মূল্য প্ৰদানৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উৎপাদিত কেঁচা চাহপাত ক্ৰয়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তপক্ষক দাবী জনায়।

সংবাদমেলত বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উপসভাপতি টিকাৰাম উপাধ্যায়, সহকাৰী সম্পাদক দেৱব্ৰত মেধী, সাংগঠনিক সম্পাদক প্ৰতাপ শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায় ।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd