DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী বিমানত জ্বলি উঠিল যাত্ৰীৰ মোবাইল; তাৰ পিছত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2022 1:56 pm
Smartphone Catches Fire in Flight
248
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী এখন ইণ্ডিগ’ৰ বিমানত এজন যাত্ৰীৰ ম’বাইল ফোন মধ্য আকাশতে জ্বলি উঠে। মোবাইলৰ জুয়ে চলি থকা বিমানখনত চাঞ্চল্যৰ সৃষ্টি কৰে।

অৱশ্যে এই ঘটনাৰ ফলত কোনো যাত্ৰী বা কেবিন ক্ৰু সদস্য আঘাতপ্ৰাপ্ত হোৱা নাই বুলি অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বিষয়াসকলে জানিবলৈ দিয়ে।

বিষয়াসকলে প্ৰকাশ কৰা মতে ইণ্ডিগ’ৰ ৬ই ২০৩৭ বিমানখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ গৈ থকাৰ সময়তে এজন কেবিন ক্ৰু সদস্যই এজন যাত্ৰীৰ ফোনৰ পৰা জুইৰ স্ফুলিঙ্গ আৰু ধোঁৱা ওলোৱা দেখিছিল।

তাৰ পিছত কেবিন ক্ৰু সদস্যজনে সতৰ্কতাৰে অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰি এই জুই নুমুৱাই দিয়ে বুলি তেওঁলোকে লগতে উল্লেখ কৰে।

কোনো হানি-বিঘিনি নোহোৱাকৈ বৃহস্পতিবাৰে নিশা প্ৰায় ১২.৪৫ বজাত বিমানখন দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

এক বিবৃতিত ইণ্ডিগ’ই কয়, “ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা ফ্লাইট 6ই 2037-ত এটা মোবাইল ডিভাইচৰ বেটাৰী অস্বাভাৱিকভাৱে গৰম হোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছিল।”

“কৰ্মচাৰীসকলক সকলো বিপদজনক ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে দ্ৰুততাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জাহাজত থকা কোনো যাত্ৰী বা সম্পত্তিৰ কোনো ক্ষতি হোৱা নাছিল।”– বিবৃতিটোত লগতে এইদৰে উল্লেখ কৰে ইণ্ডিগ’ই।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd