DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’ণাই প্ৰাণ ললে বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী বিনোদ ভাগৱতীৰ

প্ৰণৱ কুমাৰ ডেকা,  বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
November 4, 2021 2:57 pm
Social worker Vinod Bhagwati of Bongaigaon dies
74
VIEWS
Share on FacebookShare on Twitter

মহামাৰী কৰ’ণাই প্ৰাণ ললে বঙাইগাঁও বাৰোৱাৰী ৰাস মন্দিৰ কমিটিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিনোদ ভাগৱতী (৭০)৷

দুৰ্গা পূজাৰ আগতে ১০ অক্টোৱৰত ভাগৱতীৰ দেহত ধৰা পৰিছিল কৰ’ণাৰ অৱস্থিতি৷

দেহত কৰ’ণা পজিটিভ ধৰা পৰাত তেওঁ কিছুদিন নিজ ঘৰতে আছুতীয়াকৈ আছিল৷

কিন্তু হঠাৎ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক যোৱা ২০ অক্টোৱৰত বৰপেটাৰ ডঃ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷

চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত থকাৰ সময়তে বুধবাৰে পুৱা প্ৰায় ৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যুৰ খবৰে বঙাইগাঁৱত শোকৰ ছাঁ পেলাইছে৷

উল্লেখ্য যে বঙাইগাঁও বাৰোৱাৰী ৰাস মন্দিৰ কমিটিৰ জন্ম লগ্নৰে পৰা জড়িত ভাগৱতী দীৰ্ঘদিন ধৰি উক্ত কমিটিৰ সহকাৰী সম্পাদকৰ পদত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি গৈছিল৷

মৃত্যুৰ আগলৈকে তেওঁ এই বাৰোৱাৰী ৰাস মন্দিৰ কমিটিৰ ভাৰপ্ৰাপ্ত সাধাৰন সম্পাদক পদৰ দায়িত্বত আছিল৷

ভাগৱতীৰ মৃত্যুয়ে যেন উকা কৰি গ’ল বাৰোৱাৰী ৰাস মন্দিৰ কমিটিক৷

মৃত্যুৰ সময়ত তেওঁ পত্নী মীৰা ভাগৱতী, দুগৰাকী পুত্ৰ সন্তান, এগৰাকী জীয়ৰীৰ লগতে নাতি নাতিনী আৰু অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷

Recent News

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd