DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

চোলাৰ ৰিক্সাই কঠিন জীৱন কিছু সহজ কৰিছে আই আই টিৰ ৰিক্সাচালকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 3:57 pm
Solar rickshaws

আই আই টি দিল্লীত চোলাৰ ৰিক্সা মুকলিৰ সময়ৰ ছবি। সৌজন্য-- টুইটাৰ।

1.4k
VIEWS
Share on FacebookShare on Twitter

আহি গৈছে চোলাৰ ৰিক্সা। ৰিক্সাচালকৰ শাৰীৰিক কষ্ট কমাব পৰা এনে ১০খন বাহন আই আই টি, দিল্লীত চলি আছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান কেন্দ্ৰীয় ইলেক্ত্ৰনিকছ লিমিটেদে শুকুৰবাৰে যোগান ধৰা এই ৰিক্সাসমূহৰ ফলত আই আই টিত দীৰ্ঘদিনৰ পৰা ৰিক্সা চলাই অহা ব্যক্তিকেইজনে কষ্টকৰ জীৱনৰ মাজতো কিছু সকাহ লাভ কৰিছে।

শাৰীৰিক কষ্ট কমোৱাৰ লগতে এই বাহনসমূহে ৰিক্সাচালককেইজনৰ উপাৰ্জনো বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

কাৰণ, গোটেই দিনটো সূৰ্য্য ৰশ্মিৰে চাৰ্জ লোৱা এই বাহনসমূহে একোখন ৰিক্সাই অতিক্ৰম কৰিব পৰা সৰ্বাধিক দূৰত্ব প্ৰায় দুগুণলৈকে বহোৱাৰ সম্ভাৱনা আছে।

এই বাহনখন ঘণ্টাত ১০ৰ পৰা ১৫ কিঃ মিঃ গতিত চলিব পাৰে, কিন্তু চীনৰ পৰা আমদানি কৰা উন্নত মটৰ ব্যৱহাৰেৰে ইয়াৰ গতি ২৫কিঃ মিঃ লৈকে বৃদ্ধি কৰিব পৰা যায়।

আন এটা দিশ হৈছে, বৰ্তমান চলি থকা ই ৰিক্সাসমূহৰ তুলনাত চোলাৰ ৰিক্সাসমূহৰ দাম সম্পূৰ্ণ আধা।

একোখন ই ৰিক্সাৰ দাম ১ লাখ ২০ হাজাৰ মান টকা হোৱাৰ বিপৰীতে এই হাইব্ৰিদ চোলাৰ ৰিক্সাৰ দাম ৬৮হাজাৰ টকা।

এই বাহনসমূহ বৰ্তমান কেৱল আই আই টি চৌহদতহে চলি আছে। ইয়াৰ কাৰণ হৈছে ৰাজহুৱা পৰিবহণ ৰূপে ব্যৱহাৰ কৰিব পৰাকৈ এইসমূহক এতিয়াও বাহনৰ স্বীকৃতি দিয়া হোৱা নাই।

Recent News

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Gyanvapi Mosque Case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd