• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 8:57 pm
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপ ২০২৬ চনত অংশগ্ৰহণ কৰিবলৈ গৈ আমেৰিকাৰ পৰা প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ তাৰকা ফুটবল ৰেফাৰী ওমৰ আব্দুলকাডিৰ আৰ্টান নিজ দেশলৈ ঘূৰি অহাৰ পিছত এক অভূতপূৰ্ব বীৰোচিত আদৰণি লাভ কৰিলে। চোমালিয়াৰ আদিম আব্দুল্লা উসমান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক আদৰিবলৈ শ শ ফুটবল অনুৰাগী, ক্ৰীড়া ব’ৰ্ডৰ বিষয়ববীয়া আৰু উচ্চপদস্থ চৰকাৰী প্ৰতিনিধিয়ে ভিৰ কৰিছিল। দেশপ্ৰেম আৰু একতাৰ নিদৰ্শন দাঙি ধৰি জনতাই তেওঁৰ নাম ধৰি জয়ধ্বনি দিলে, যিয়ে এটা বিষাদময় পৰিৱেশক এক উৎসৱৰ ৰূপ দিলে। বিমানবন্দৰত উপস্থিত হৈ আৰ্টানে সকলোকে আশ্বস্ত কৰি কয় যে পৰৱৰ্তী বিশ্বকাপত তেওঁ নিশ্চিতভাৱে উপস্থিত থাকিব।

🚨| 𝐁𝐑𝐄𝐀𝐊𝐈𝐍𝐆 : 𝗦𝗼𝗺𝗮𝗹𝗶 𝗿𝗲𝗳𝗲𝗿𝗲𝗲 𝗢𝗺𝗮𝗿 𝗔𝗿𝘁𝗮𝗻 has arrived in Mogadishu to an extraordinary welcome, Crowds gathered in the capital to honor the award-winning referee best Referee, who remains a symbol of pride and inspiration for Somalia.

Omar Artan… pic.twitter.com/ybDjfevRjS

— Abdikarin Dahir (@Abdikarindahirr) June 10, 2026

এই ক্ৰীড়াবিদজনৰ বাবে যোৱা কেইদিনমান আছিল অতি যন্ত্ৰণাদায়ক। আফ্ৰিকাৰ অন্যতম শ্ৰেষ্ঠ ৰেফাৰী হিচাপে পৰিগণিত আৰ্টানক ২০২৫ চনত শ্ৰেষ্ঠ ৰেফাৰীৰ সন্মান প্ৰদান কৰা হৈছিল। বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱা তেওঁ প্ৰথমগৰাকী চোমালি নাগৰিক আছিল। কিন্তু ইস্তানবুলৰ পৰা মায়ামী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই আমেৰিকাৰ সীমান্ত সুৰক্ষা বাহিনীয়ে তেওঁক আটক কৰে। বৈধ ভিছা আৰু কূটনৈতিক পাছপোৰ্ট থকাৰ স্বত্বেও তেওঁক এঘাৰ ঘণ্টা ধৰি জেৰা কৰা হয়। আমেৰিকাৰ প্ৰশাসনে এই সিদ্ধান্তৰ সমৰ্থনত নিৰাপত্তাজনিত কাৰণ দৰ্শাইছে আৰু তেওঁক তুৰস্কলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা কৰে।

Apply Now

এই কাণ্ডই সমগ্ৰ বিশ্বৰ ফুটবল মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চোমালি চৰকাৰে এই ঘটবাক নিন্দা কৰাৰ লগতে আৰ্টানৰ সাফল্যক নিজৰ গৌৰৱ বুলি অভিহিত কৰিছে। ফিফাই অৱশ্যে এই বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখিছে আৰু ই কেৱল প্ৰশাসনিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰিছে। সমগ্ৰ ঘটনাৰ পাছত এতিয়া চোমালিয়াৰ ৰাইজৰ বাবে তেওঁ কেৱল এজন ৰেফাৰী নহয়, বৰঞ্চ এজন আচল নায়ক হৈ পৰিছে। বিদেশত অপমানিত হ’লেও নিজ দেশত তেওঁ পোৱা এই মৰম আৰু আদৰণি চৰ্চাৰ বিষয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd