• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত নিৰ্বাচন কেন্দ্ৰিক সংঘাত : এ আই য়ু ডি এফ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কংগ্ৰেছৰ সদস্য

আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা নজৰুল ইছলাম নামৰ এজন যুৱকক চিকিৎসালয়ত ভৰ্তি

NE NOW NEWS মিণ্টু দাস
নগাঁও , November 28, 2018 2:35 pm

1 min read

a6483633-4e34-437c-90ec-c2d237c5e87e

এ আই য়ু ডি এফ কৰ্মীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা বাহনখন ফটো : নৰ্থ-ইষ্ট নাও

326
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী কেন্দ্ৰিক সংঘাত। মঙলবাৰে নিশা তেনে এক ঘটনা সংঘটিত হয় নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ছোট ৰূপহীত। এ আই য়ু ডি এফ দলৰ কেইজনমান উদণ্ড কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় কংগ্ৰেছ দলৰ কেইজনমান সদস্য।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে কংগ্ৰেছ দলৰ সদস্য কেইজনে নিশা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আহি থকা অৱস্থাত এ আই য়ু ডি এফ দলৰ কৰ্মীয়ে গাড়ী ৰখাই অচম্বিতে তেওঁলোকক আক্ৰমণ কৰে। আনকি মহম্মদ নজৰুল ইছলাম নামৰ এজন যুৱকক গাড়ীৰ ভিতৰৰ পৰা উলিয়াই আনি নিৰ্মমভাৱে প্ৰহাৰ কৰে এ আই য়ু ডি এফৰ কৰ্মীয়ে।

এই ঘটনাত আন তিনিজন কংগ্ৰেছ কৰ্মীও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়। কিন্তু নজৰুল ইছলামক বেয়াকৈ মাৰধৰ কৰাত গুৰুতৰভাৱে আহত হয় আৰু তেওঁক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। ইফালে উক্ত আক্ৰমণত কংগ্ৰেছ কৰ্মীয়ে ব্যৱহাৰ কৰা গাড়ীখনোৰো ক্ষতি সাধন হোৱা বুলি জানিব পৰা যায়।

আনহাতে, আহত কংগ্ৰেছ কৰ্মীজনৰ পৰা টকাৰ লগতে মোবাইল ফোনো কাঢ়ি লৈ যোৱা বুলি এ আই য়ু ডি এফ কৰ্মী কেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

ইফালে ঘটনা সৰ্ন্দভত কংগ্ৰেছ কৰ্মীয়ে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত ছজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd