• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৱিত্ৰ ভাদ মাহৰ অন্তিম দিনা টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত কেইবাজনো লোকশিল্পীক সম্বৰ্দ্ধনা

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , September 16, 2020 5:52 pm

1 min read

Screenshot_2020-09-16-16-51-18_1
154
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত আজি ভাদ মাহৰ অন্তিমটো দিনত কেবাজনো লোক-সংস্কৃতিৰ সাধক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অসমৰ লোক সংস্কৃতি অন্যতম অংগ দিহানামৰ লগত জড়িত তিনিগৰাকীকৈ সংস্কৃতি সাধক আৰু সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পিতৃ শতায়ু বয়স গৰকা জগন্নাথ দেৱ গোস্বামীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত আয়োজিত এই গুৰুগাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জগন্নাথ দেৱগোস্বামীক শতায়ু প্ৰদীপ, উজনি অসমৰ দিহানামৰ জগতখনত চিৰপৰিচিত শিল্পী কমলা গগৈক দিহাৰত্ন, শিল্পী যতীন বৰাক ঐতিহ্য সেউজ কন্ঠ আৰু শিল্পী মুনীন বৰাক দিহানাম ভাস্কৰ উপাধিৰে সন্মানিত কৰা হয়।

উক্ত অনুষ্ঠানত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাস, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্তীশ চাহু, উজনি অসম বন সংমণ্ডল বিষয়া নাৰায়ণ মহন্ত আৰু দিহা নামৰ সম্ৰাট বদন মলিয়াদেৱ বিশেষভাৱে উপস্থিত থাকে।

Recent News

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd