• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ যুৱকৰ প্ৰসংশনীয় পদক্ষেপ; বিশেষভাৱে সক্ষমৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , November 15, 2018 7:16 am

1 min read

IMG-20181114-WA0040

ফটো : নৰ্থ-ইষ্ট নাও

160
VIEWS
Share on FacebookShare on Twitter

পণ্ডিত জৱাহৰলাল নেহৰুৰ ১২৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশ্বনাথ চাৰিআলিৰ কেইজনমান সচেতন যুৱকে নতুন চিন্তাধাৰাৰে আগবাঢ়ি আহি সমাজত সদাই অৱহেলিত হৈ অহা কিছু ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

শিৱম সাগৰ কাশ্যপ, সৌৰভজ্যোতি বৰা, ভূচিত্ৰ দাধৰা, দাদুল দাস, জয়ন্ত দাস, নিকু বৰা আৰু ভাস্কৰ জ্যোতি দাস নামৰ যুৱক কেইজনে বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীস্থিত বিকলাংগ ছাত্ৰ-ছাত্ৰীৰ বিশেষ বিদ্যালয় আৰু বিশেষভাৱে সক্ষম শিশুৰ এক বিশেষ অনুষ্ঠান ৰেঙনিৰ আবাসগৃহৰ শিশু সকলৰ মাজত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰা দেখা যায়।

উল্লেখযোগ্য যে এই যুৱক কেইজনে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে নিজৰ সাঁচতীয়া ধন খৰছ কৰি বিগত পাঁচ বছৰ ধৰি এনেদৰে শিশু দিৱসৰ দিনাই হওঁক বা অন্য দিনতে হওঁক ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।

বৰ্তমান সময়ত যুৱ উচ্ছৃংখলতাৰ বাতৰিয়ে শিৰোনামা দখল কৰি অহাৰ লগতে এচাম নৱ প্ৰজন্ম বিভিন্ন নিচাযুক্ত বস্তু সেৱন কৰি নিজে বিপথে পৰিচালিত হোৱাৰ উপৰি অসামাজিক কামত লিপ্ত হৈ সমাজত অশান্তি সৃষ্টি কৰাৰ সময়ত এই যুৱক কেইজনৰ এনে চিন্তাধাৰা তথা পদক্ষেপক সচেতন ৰাইজে আদৰণি জনাইছে।

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd