• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মন্ত্ৰী হৈ থাকি কি হ’ব, আমোলা-ৰাজ চলিছে ৰাজ্যত”, অভিযোগ তুলি পদত্যাগ যোগীৰ মন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2024 8:24 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আধা আসন হেৰুওৱাক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশাসনৰ পিনে পুনৰ আঙুলি উঠিল।

ইভিএমত যোগী চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ প্ৰকাশ পাইছে বুলি ৰাজ্যৰ কেইবাজনো মন্ত্ৰী আৰু নেতাই অনুভৱ কৰিছে। একাংশই যোগীৰ পদত্যাগৰ দাবীও কৰিছে।

উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই নিজেই কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক বৰ্জন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আলোড়নৰ সৃষ্টি কৰে যে “প্ৰশাসন নহয়, দলীয় সংগঠনৰ মতামতে শেষ কথা”। এতিয়া প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি যোগীৰ এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিলে।

Apply Now

সোনম কিন্নৰ যোগী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী। শুকুৰবাৰে মুখ্যমন্ত্ৰীলৈ লিখা পদত্যাগ পত্ৰত তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘মন্ত্ৰী হৈ থাকি কি কৰিম, যদি মই একো কৰিব নোৱাৰো। আমোলাসকলে মোৰ কথা নুশুনে। মোৰ কথা বিষয়াসকলৰ ওচৰত কোনো গুৰুত্ব নাপায়। তেওঁলোকে যি ভাল বুলি ভাৱে তাকে কৰে। এই পৰিস্থিতিত মই দলৰ কাম কৰাৰ সিদ্ধান্ত লৈছো। সেয়ে, মই মন্ত্ৰী হৈ থাকিব নিবিচাৰো।‘ যোগীয়ে অৱশ্যে পদত্যাগ পত্ৰখন গ্ৰহণ কৰা নাই।

তাৎপৰ্যপূৰ্ণভাৱে পদত্যাগ ঘোষণা কৰাৰ পিছতে সোনমে সাক্ষাৎ কৰে উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যক। যোগীৰ সৈতে এই উপ-মুখ্যমন্ত্ৰীৰ বিৰোধিতা এতিয়া গোপন নহয়। যোৱা দেওবাৰে দলৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকত কেশৱ প্ৰসাদ মৌৰ্যই দাবী কৰিছিল যে উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কামকাজৰ বিৰুদ্ধে ৰাইজে ৰায় দিছে। তেওঁৰ অভিযোগ যে সকলো দুৰ্নীতিৰ মূলতে আমোলাসকল। তেওঁলোক শেষ কথা হৈ পৰিছে। দলৰ নেতাৰ কথাৰ কোনো মূল্য নাই।

বিজেপিৰ সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহে মৌৰ্যক দিল্লীলৈ মাতি নি কথা পাতে। কিন্তু দিল্লীৰ পৰা উভতি অহাৰ পিছতো মৌৰ্যই কোনো নাম নোলোৱাকৈ নিজৰ চৰকাৰকে লক্ষ্য কৰি লৈছে। ইয়াৰ পূৰ্বে মিত্ৰজোঁটৰ নেতা দুগৰাকীয়েও যোগী চৰকাৰৰ কামকাজৰ বিষয়ে মুখ খুলিছে। মিত্ৰদলৰ লগতে বিজেপিৰ ভিতৰতো বুলডজাৰেৰে ঘৰ ভাঙি পেলোৱাক লৈ আপত্তি উত্থাপন হৈছে। প্ৰতিবাদকাৰীসকলৰ তালিকাত আছে সোনম কিন্নৰো আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd