• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা ধৰ্ণা কাৰ্যসূচী চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 6:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা ধৰ্ণা কাৰ্যসূচী চলি আছে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগ আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাটোৱেই তেওঁলোকৰ প্ৰধান দাবী। এই প্ৰতিবাদী মঞ্চতে বিশিষ্ট সমাজকৰ্মী তথা গৱেষক সোনম ৱাংচুকে অনিৰ্দিষ্টকালীন অনশনত বহিছে। শনিবাৰে তেওঁৰ এই অনশন কাৰ্যসূচীয়ে ১৪ দিনত ভৰি দিছে।

একেৰাহে অনশন কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত অনড় থকা সোনম ৱাংচুকৰ এই আন্দোলনে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। ছচিয়েল মিডিয়াত বহু লোকে তেۆঁক আধুনিক গান্ধী বুলি সম্বোধন কৰিছে। কিন্তু সমাজকৰ্মীগৰাকীয়ে ইয়াক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। তেওঁ কৈছে যে তেওঁ কোনো গান্ধী নহয় আৰু ছচিয়েল মিডিয়াত বহুতে তেওঁক নায়ক বা গান্ধী বুলি কোৱা কথাটোৱে তেওঁক অস্বস্তিত পেলাইছে।

Apply Now

তেওঁ স্পষ্টকৈ কয় যে তেওঁ এজন অতি সাধাৰণ নাগৰিক আৰু এজন নাগৰিক হিচাপে কেৱল নিজৰ কৰ্তব্য পালন কৰিছে। তেওঁ আনৰ মাজত নায়ক বিচাৰি নুফুৰি সকলোকে নিজৰ নাগৰিক কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰতিজন ব্যক্তিয়ে নিজে নিজৰ নায়ক হ’ব লাগে। একেৰাহে ১৪ দিন ধৰি অনশন কৰাৰ বাবে সোনম ৱাংচুক স্বাভাৱিকতে অসুস্থ হৈ পৰিছে যদিও মানসিকভাৱে তেওঁ এতিয়াও অতি শক্তিশালী হৈ আছে। তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ শৰীৰ এতিয়া অনশনৰ সৈতে অভ্যস্ত হ’বলৈ আৰম্ভ কৰিছে আৰু শৰীৰৰ চৰ্বি তথা পেশী ক্ষয় হ’বলৈ ধৰিছে যদিও তেওঁ নিজৰ স্থিতিত অলৰ–অচৰ হৈ আছে।

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ উপৰিও সকলো পৰীক্ষা দুৰ্নীতিমুক্ত কৰা আৰু নীট প্ৰশ্নকাকত ফাদিলৰ বাবে আত্মহত্যা কৰা ২১ গৰাকী শিক্ষাৰ্থীৰ পৰিয়ালক ১ কোটি টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাটো তেওঁৰ অনশনৰ অন্যতম মূল দাবী। কিন্তু ১৪ দিন পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই আন্দোলনক বিশেষ গুৰুত্ব দিয়া হোৱা নাই আৰু ককৰোচ জনতা পাৰ্টিৰ সৈতে আলোচনাৰ কোনো প্ৰস্তাৱো দিয়া হোৱা নাই। যদি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পাছতো কোনো সঁহাৰি নিদিয়ে, তেন্তে আলোচনাৰ দাবীত আগন্তুক বৰ্ষাকালীন অধিবেশনৰ সময়ত সংসদ ভৱনলৈ এক শান্তিপূৰ্ণ সমদল উলিওৱাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জম্মুৰ গুৰুদ্বাৰত প্ৰদৰ্শিত হ’ল ‘শতলুজ’ চলচ্চিত্ৰ

জম্মুৰ গুৰুদ্বাৰত প্ৰদৰ্শিত হ’ল ‘শতলুজ’ চলচ্চিত্ৰ

July 11, 2026 6:35 pm
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm
ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

July 11, 2026 6:08 pm
জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

July 11, 2026 4:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জম্মুৰ গুৰুদ্বাৰত প্ৰদৰ্শিত হ’ল ‘শতলুজ’ চলচ্চিত্ৰ

জম্মুৰ গুৰুদ্বাৰত প্ৰদৰ্শিত হ’ল ‘শতলুজ’ চলচ্চিত্ৰ

July 11, 2026 6:35 pm
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd