• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘চুনু আংকল মোৰ মামাক আইতাৰ ঘৰলৈ পঠাব পাৰিবা নে?’ অভিনেতা চুনু চুডলৈ এটি শিশুৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 31, 2020 6:48 pm

2 min read

story-1-sonu-1587701826
6.6k
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ অভিনেতা চুনু চুডে সন্মুখৰ পৰা নেতৃত্ব দি  ল’কডাউনৰ মাজতে হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক নিজ গৃহলৈ বাছেৰে প্ৰেৰণ কৰি আহিছে।

সকলোবোৰ বাছৰ পৰিবহণ ভাড়া নিজে ব্যয় কৰিছে।

অভিনেতা চুনু চুডৰ এই মানৱীয়তাক দেশৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত বিশেষ ভাৱে চৰ্চা হোৱাৰ লগতে প্ৰশংসাও কৰা দেখা গৈছে।

অৱশ্যে এইবাৰ এই মানৱ দৰদী অভিনেতাজন অন্য এটা বিশেষ কাৰণত এইবাৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত চৰ্চালৈ আহিছে।

চেতন দেশাই নামৰ এজন লোকে সামাজিক মাধ্যমৰ টুইটাৰ যোগে  ভিডিঅ’টো টুইট কৰি ভাইৰেল কৰিছে।

অভিনেতা চুনু চুডে নিজৰ টুইটাৰ একাউন্টত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত অকণি শিশুটিয়ে অভিনেতা চুনু চুডক উদ্দেশ্যি কৈছে, ‘চুনু আংকল…মই শুনিছো তুমি বহুলোকক ঘৰলৈ পঠিয়াই আছা। পাপাই সুধিছে, তুমি মামাক আইতাৰ ঘৰলৈ পঠিয়াব পাৰিবা নেকি?’

Very Very Urgent Demand @SonuSood ,So Kindly Notice And Please Fulfill The Same !!!! pic.twitter.com/xtDGfE3Kkx

— ChintanDesai (@chintandesai) May 30, 2020

লেকজনে ভিডিঅ’টোৰ কেপচনত লিখিছে, ‘বহুত বহুত জৰুৰী দাবী চুনু চুড, দয়া কৰি মন কৰিব আৰু অনুগ্ৰহ কৰি পূৰণ কৰিব!!!’

Now this is something very challenging. Will try my best ? https://t.co/PUkC9xHnHs

— sonu sood (@SonuSood) May 30, 2020

ইয়াৰ উত্তৰত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি মানৱদৰদী অভিনেতাজনে উত্তৰ দি কৈছে, ‘এইটো এতিয়া বৰ প্ৰত্যাহ্বানমূলক। মই সাধ্যমতে চেষ্টা কৰিম।’

উল্লেখ্যে যে, ইতিমধ্যে ৰীল লাইফৰ খলনায়ক অভিনেতা চুনুৱে প্ৰৱাসী শ্ৰমিকসকলক নিজ গৃহলৈ প্ৰেৰণ কৰি দেশত এজন নায়কৰূপে পৰিচিতি লাভ কৰিছে।

Recent News

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd