• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিমবংগক পৰাস্ত কৰি ৰঞ্জী ট্ৰফীৰ নতুন চেম্পিয়ন সৌৰাষ্ট্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 14, 2020 7:12 am

1 min read

Saurashtra

সৌৰাষ্ট্ৰ ক্ৰিকেট দল

723
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ অন্যতম প্ৰতিযোগিতা ৰঞ্জী ট্ৰফী প্ৰথমবাৰৰ দখল কৰিবলৈ সক্ষম হৈছে সৌৰাষ্ট্ৰ ক্ৰিকেট দলে।

পশ্চিমবংগৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ফাইনেলত প্ৰথম ইনিংছত অগ্ৰগতিৰ ভিত্তিত সৌৰাষ্ট্ৰই ২০২০ বৰ্ষৰ ৰঞ্জী ট্ৰফীত চেম্পিয়ন হয়।

সৌৰাষ্ট্ৰই প্ৰথম ইনিংছত ৪২৫ ৰান কৰাৰ বিপৰীতে পশ্চিমবংগই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৮১ ৰানহে সংগ্ৰহ কৰে।

উল্লেখযোগ্য যে, সৌৰাষ্ট্ৰই বিগত ৰষ্ট্ৰী ট্ৰফীৰ আঠটা ছিজনত চতুৰ্থবাৰৰ বাবে ফাইনেলত উপনীত হৈছে।

বিগত বৰ্ষত সৌৰাষ্ট্ৰই ফাইনেলত বিদৰ্ভৰ হাতত পৰাস্ত হৈ ৰাৰ্ণাছ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।

পশ্চিমবংগৰ বিৰুদ্ধে ফাইনেলত সৌৰাষ্ট্ৰৰ হৈ প্ৰথম ইনিংছত বাচবাদাই ১০৬ ৰান শতকীয় ইনিংছ খেলাৰ লগতে চেতেশ্বৰ পূজাৰাই ৬৬ ৰানৰ বৰঙণি যোগায়।

আনহাতে, পশ্চিমবংগৰ হৈ সুদীপ চেতাৰ্জীয়ে ৮১, ঋদ্ধিমান সাহাই ৬৪ আৰু অনুষ্টুপ মজুমদাৰে৬৩ ৰান সংগ্ৰহ কৰি প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও শেষ ৰক্ষা নহ’ল।

ফাইনেলত সৌৰাষ্ট্ৰই ৰবীন্দ্ৰ জাদেজাক নিজৰ দলৰ হৈ খেলাৰ বাবে বিচিচিআইৰ পৰা অনুমতি বিচাৰিছিল যদিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে জাদেজাক বিচিচিআইয়ে সৌৰাষ্ট্ৰৰ হৈ খেলিবলৈ অনুমতি প্ৰদান নকৰিলে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd