• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2021 12:30 pm

1 min read

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী
288
VIEWS
Share on FacebookShare on Twitter

বুকুত বিষ। ঘৰলৈ উভতি অহাৰ তিনি সপ্তাহ পিছত, চিকিৎসালয়ত আকৌ ভৰ্তি হ’বলগীয়া হৈছে সৌৰভ গাংগুলী।

ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ হিচাবে পৰিচিত সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া সুস্থ।

পৰিয়ালৰ অনুৰোধত বৃহস্পতিবাৰে ৰাতিপুৱাই বেংগালুৰুৰ পৰা আহি কলকাতাত উপস্থিত গৈছে হৃদৰোগৰ বিখ্যাত চিকিৎসক দেবী ছেট্টী।

দেবী ছেট্টীৰ উপস্থিতিতে তেওঁৰ পুনৰ এঞ্জিঅ’প্লাষ্টি কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে মঙলবাৰে নিশাৰ পৰা সৌৰভে কিছু অস্বস্তি অনুভৱ কৰি আছিল আৰু বুধবাৰে ৰাতিপুৱা বুকুৰ বিষত ভোগে।

তেওঁক আবেলি ৩ বজাত এপ’লো হাস্পতালত ভৰ্তি কৰোৱা হয়।

বৰ্তমান তেওঁ হৃদৰোগ বিশেষজ্ঞ আফতাব খানৰ তত্বাৱধানত আছে।

উল্লেখ্য যে যোৱা ২ জানুৱাৰিত শৰীৰ চৰ্চা কৰাৰ সময়ত বুকুৰ বিষত ভুগিছিল গাংগুলী। আৰু তেতিয়া তেওঁক উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পিছতে তেওঁৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছিল আৰু ৭ জানুৱাৰিত ঘৰলৈ উভতিছিল।

কিন্তু  তিনি সপ্তাহৰ পিছত পুনৰ একে সমস্যাত ভুগি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱা ঘটনাই তেওঁৰ অনুৰাগী তথা শুভাকাংক্ষীক চিন্তাত পেলাইছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd