• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ সুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ৰ পৰা যাব দিয়া হ’ল ঘৰলৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2021 1:22 pm

1 min read

সম্পূৰ্ণ সুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ৰ পৰা যাব দিয়া হ’ল ঘৰলৈ
174
VIEWS
Share on FacebookShare on Twitter

মৃদু হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়াৰ সময়ত চিকিৎসকলে গাংগুলীৰ স্বাস্থ্য বৰ্তমান ভালেই আছে আৰু তেওঁ সম্পূৰ্ণ সুস্থ বুলি মন্তব্য কৰে।

চিকিৎসালয়ৰ পৰা ওলাই আহি নিজৰ গাড়ীত বহাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ সম্পূৰ্ণ সুস্থ বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘মই সকলো চিকিৎসক, নাৰ্চ আৰু মোক চোৱা চিতা কৰা চিকিৎসালয়ৰ সকলো লোককে ধন্যবাদ জ্ঞাপন কৰিছো’।

উল্লেখ্য যে যোৱা শনিবাৰ অৰ্থাৎ ২ জানুৱাৰিৰ পুৱা সৌৰভ গাংগুলী হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰে

বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ দক্ষিণ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পৰীক্ষা-নিৰীক্ষাৰ অন্তত  সৌৰভ গাংগুলী মৃদু হৃদৰোগত আক্ৰান্ত আৰু তেওঁ শীঘ্ৰে বিপদমুক্ত হৈ উঠিব বুলি চিকিৎসকে প্ৰকাশ কৰিছিল।

ইফালে সাধাৰণ হৃদৰোগত আক্ৰান্ত গাংগুলীৰ ইয়াৰ ফলত কোনোধৰণৰ আভ্যান্তৰীণ আৰু বাহ্যিক অংগ-প্ৰত্যংগৰ ক্ষতি হোৱা নাই বুলি মন্তব্য কৰিছে চিকিৎসকে।

Recent News

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd