• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India vs South Africa: জোহান্সবাৰ্গত ইতিহাস গঢ়াত ব্যৰ্থ টীম ইণ্ডিয়া; ছিৰিজত সমতা স্থাপন দক্ষিণ আফ্ৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2022 10:11 am
88727342
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰষুণেও বচাব নোৱাৰিলে টীম ইণ্ডিয়াক।জোহান্সবাৰ্গৰ বৰ্ষা বিঘ্নিত দ্বিতীয়খন টেষ্টত অনায়াসে বিজয় সাৱ্যস্ত কৰি ছিৰিজত সমতা স্থাপন কৰিলে দক্ষিণ আফ্ৰিকাই।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এলগাৰে দুৰ্দান্ত বেটিঙৰে সন্মুখৰ পৰা যুঁজ দি দলক বিজয়ী কৰালে। এইদৰে বিগত ২৯বছৰত প্ৰথমবাৰ ওৱাণ্ডাৰ্ছত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হ’ল ভাৰত।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত প্ৰথমবাৰৰ বাবে অধিনায়কত্ব কৰা কে এল ৰাহুলে নিজে ভাল প্ৰদৰ্শন দাঙি ধৰিলে যদিও দলীয় প্ৰদৰ্শন দুৰ্বল হোৱাৰ বাবে টীম ইণ্ডিয়াই ভাল স্ক’ৰ থিয় কৰাব নোৱাৰিলে।

Apply Now

দক্ষিণ আফ্ৰিকাক প্ৰথম ইনিংছত ২২৯ৰাণত সীমিত কৰি ৰাখিলেও ভাৰতীয় বলিঙে দ্বিতীয় ইনিংছত প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল।

লগতে পঢ়ক: লুণ্ঠন! অসম ক্রিকেট সন্থাৰ প্রাক্তন কোষাধ্যক্ষ মুনীন্দ্র নাথ শইকীয়াক গ্রেপ্তাৰ

ভেন ডুছেনে ৪০ৰাণ কৰি এলগাৰক যোগ্য সংগ দিয়ে। সেইদৰে অন্তিম পৰ্যায়ত ২৩ ৰাণ কৰি অপৰাজিত হৈ থাকে বাভুমা। কিন্তু প্ৰায় নিজৰ দমনীয় বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি দলক বিজয় আনি দিয়ে এলগাৰে।

জোহান্সবাৰ্গৰ দ্বিতীয় টেষ্টখনৰ প্ৰথম ইনিংছত বলিং কৰি উজলি উঠিছিল টীম ইণ্ডিয়াৰ শাৰ্দুল ঠাকুৰ। প্ৰথম ইনিংছত অকলেই শাৰ্দুলে ৭টা উইকেট দখল কৰিছিল। কিন্তু দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰে দক্ষিণ আফ্ৰিকাক কোনোধৰণে বিপদত পেলাবলৈ সক্ষম নহ’ল।

লগতে পঢ়ক: হঠাতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ক্ৰিকেটাৰৰ

অহা ১১ জানুৱাৰীৰ পৰা কেপটাউনত ছিৰিজৰ অন্তিমখন টেষ্ট অনুষ্ঠিত হ’ব। তাতেই টীম ইণ্ডিয়াই ইতিহাস গঢ়াৰ অন্তিম সুযোগ এটা লাভ কৰিব। কেপটাউনত বিজয় সাৱ্যস্ত কৰি দক্ষিণ আফ্ৰিকাৰ মাটিত টেষ্ট ছিৰিজ জয়ৰ ইতিহাস গঢ়িবলৈ সক্ষম হ’বনে ভাৰত সেয়া লক্ষ্যণীয় হৈ পৰিছে।             

ভাৰত: ২০২/১০ (ৰাহুল-৫০, অশ্বিন-৪৬) আৰু ২৬৬/১০ (ৰাহানে ৫৮, পূজাৰা-৫৩)
দক্ষিণ আফ্রিকা: ২২৯/১০ (পিটাৰছে-৬২, বাভুমা-৫১, শার্দূল-৬১/৭) আৰু ২৪৩/৩ (এলগাৰ ৯৬*, ডুছেন ৪০)

৭ উইকেটত বিজয়ী দক্ষিণ আফ্রিকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd