• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পত্নীৰ সন্মুখতে প্ৰকৃতি কৰ্মীক নেফানেফ কৰিলে নিজৰেই পোহনীয়া সিংহই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 29, 2020 3:25 pm

1 min read

lioon ed
713
VIEWS
Share on FacebookShare on Twitter

দুটা বগা সিংহ। নিচেই সৰুতে চোৰাংচিকাৰীয়ে পতা ফান্দৰ পৰা উদ্ধাৰ কৰি সিংহ দুটাক ডাঙৰ-দীঘল কৰিছিল এজন প্ৰকৃতিপ্ৰেমী লোকে।

বছৰৰ পিছত বছৰ ধৰি প্ৰকৃতি কৰ্মী ৱেষ্ট মাথেউছনৰ সৈতে ছাঁটোৰ দৰে লাগি থকা বগা সিংহ দুটাই মাথেউছনৰ কোনো নিৰ্দেশেই উলংঘা কৰাৰ সাহস কৰা নাছিল।

কিন্তু আশ্ৰয়দাতা  মাথেউছনৰ ওপৰতেই অৱশেষত জঁপিয়াই পৰিল সিংহ দুটা।

ঘটনাটো দক্ষিণ আফ্ৰিকাৰ। দেশ খনৰ লিমপপ প্ৰদেশত প্ৰকৃতি কৰ্মী মাথেউছনে গঢ়ি তুলিছে বন্য জীৱৰ এক পৰিচৰ্যা গৃহ।

সেই গৃহতে তেওঁ বনৰ মাজত আঘাতপ্ৰাপ্ত পোৱালি সিংহ দুটাক লৈ আহি সুস্থ কৰি তুলিছিল।

তেতিয়াৰে পৰা সিংহ দুটাই মাথেউছনৰ সৈতেই ফুৰা-চকা কৰি আহিছে।

সিদিনা পুৱাও সিংহ দুটাৰ সৈতে মাথেউছন ওলাই গৈছিল প্ৰাতঃভ্ৰমণলৈ।

লগত আছিল মাথেউছনৰ পত্নীও।

সিংহ দুটাই ৰং মনে খেলি আছিল যদিও হঠাতে সিহঁত দুটাৰ মাজত কিবা কাজিয়া লাগে আৰু সিহঁতে কিছুদূৰলৈ দৌৰি গৈ পুনৰ মাথেউছনৰ কাষলৈ আহে।

কিন্তু এইবাৰ সিহঁতৰ ৰূপ আছিল হিংস্ৰ। দূৰৰ পৰাই ৰুদ্ৰমূৰ্তি গ্ৰহণ কৰি অহা সিংহ দুটাই মাথেউছনক তেওঁৰ পত্নীৰ সন্মুখতে আক্ৰমণ কৰি নেফানেফ কৰি পেলায়।

নিজৰেই পোহনীয়া সিংহৰ আক্ৰমণত থিতাতে মৃত্যু ঘটে ৬৯ বছৰীয়া প্ৰকৃতি কৰ্মী ৱেষ্ট মাথেউছনৰ।

এই ঘটনাই প্ৰকৃতিপ্ৰেমী সকলোৰ মন গধুৰ কৰি তুলিছে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd