• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এফচিআইৰ খাদ্য যোগানৰ লেহেমীয়া গতি: খাদ্য সংকটত ভুগিব পাৰে দক্ষিণ অসম, ত্ৰিপুৰা আৰু মিজোৰাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2022 4:08 pm
FCI food supply
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্যৰ অভাৱৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ তাৎক্ষণিক পদক্ষেপৰ অভাৱৰ ফলশ্ৰুতিত দক্ষিণ অসম, ত্ৰিপুৰা আৰু মিজোৰাম তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে।

কাছাৰৰ এজন স্থানীয় ব্যক্তিয়ে অভিযোগ কৰিছে যে দক্ষিণ অসমৰ লগতে মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত সৃষ্টি হোৱা জৰুৰী পৰিস্থিতি এফচিআইয়ে উপলব্ধি কৰা নাই।

Apply Now

এফচিআইয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ) আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ (পিএমজিকেৱাই) অধীনত দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে খাদ্যশস্য যোগান ধৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ কৰিছে স্থানীয় লোকজনে।

সূত্ৰ অনুসৰি এফচিআইয়ে অসমৰ একাধিক ডিপোৰ পৰা খাদ্যশস্য যোগান ধৰাৰ বাবে নিবিদা আগবঢ়াইছে যদিও বৰ্তমান পৰ্যন্ত এই বিষয়ত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

এফচিআইয়ে বৰ্তমান কেৱল গুৱাহাটীৰ উপকণ্ঠত অৱস্থিত চাংসাৰীস্থিত ডিপোৰ পৰাহে খাদ্য সামগ্ৰীৰ যোগান ধৰি আছে।

জৰুৰীকালীন অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ একাধিক ডিপোৰ পৰা খাদ্যশস্য যোগান নধৰিলে এই অঞ্চলকেইটাৰ বাসিন্দাসকল তীব্ৰ খাদ্যৰ অভাৱৰ সন্মুখীন হ’ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে শেহতীয়া বান আৰু ভূমিস্খলনৰ বাবে দক্ষিণ অসমৰ বৰাক উপত্যকা আৰু ডিমা হাচাও জিলাৰ লগতে চুবুৰীয়া ত্ৰিপুৰা আৰু মিজোৰামৰ সৈতে সংযোগ প্ৰায় বিচ্ছিন্ন হৈ আছে।

শেহতীয়া এই বান আৰু ভূমিস্খলনে অসম আৰু মেঘালয়ৰ একাধিক স্থানত ৰাস্তাৰ লগতে ৰে’লপথৰো বিস্তীৰ্ণ ক্ষতি সাধন কৰিছে। ডিমা হাচাও জিলাৰ বিভিন্ন স্থানতো ভূমিস্খলনৰ ফলত পথৰ লগতে ৰে’ল সংযোগ ব্যাহত হৈছে।

লামডিং-বদৰপুৰ শাখাত ৰেলপথত ভূমিস্খলন আৰু বানৰ ফলত বৰাক উপত্যকা, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামলৈ ৰে’ল যোগাযোগ বন্ধ হৈ পৰিছে।

আনহাতে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত ভূমিস্খলনৰ ফলত মিজোৰাম আৰু ত্ৰিপুৰাৰ বৰাক উপত্যকাৰ কিছু অংশলৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

এনে পৰিস্থিতিত মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশৰ উপৰিও দক্ষিণ অসমত জৰুৰী পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু খাদ্যশস্যৰ তাৎক্ষণিক প্ৰয়োজন আছে।

গতিকে এফচিআই- এ জৰুৰীকালীনভাৱে খাদ্য শস্য যোগানৰ ব্যৱস্থা নকৰিলে এই অঞ্চলকেইটাত তীব্ৰ খাদ্য সংকটে গা কৰি উঠাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd