• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাথৰছৰ আৰক্ষী অধীক্ষককে ধৰি চাৰি আৰক্ষী বিষয়াক নিলম্বন; ন্যায় পাবনে যুৱতীৰ পৰিয়ালে?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2020 7:26 am
1_15_6435153_835x547-m
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ কঁপাই যোৱা হাথৰছৰ যুৱতীৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ ঘটনাত হাছৰছৰ আৰক্ষী অধীক্ষক বিক্ৰান্ত বীৰকে ধৰি চাৰিগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

হাছৰছৰ ঘটনা সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী দলৰ (এছ আই টি) প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ ভিত্তিত শীৰ্ষ আৰক্ষী বিষয়াকেইজনক নিলম্বিত কৰা হৈছে।

Apply Now

সেইদৰে, ঘটনাত জড়িত সকলক লাই ডিটেক্টৰৰ সন্মুখত বহুওৱাৰ প্ৰস্তাৱ দিয়া হৈছে। যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলকো সেই পৰীক্ষাৰ পৰামৰ্শ দিয়া হৈছে।

দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে শুকুৰবাৰে মুখ্য মন্ত্ৰী যোগীয়ে টুইট কৰি ৰাজ্যখনৰ ‘মাতৃ আৰু ভগ্নীসকলৰ ৰক্ষাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ’ বুলি কৈছিল।

মুখ্য মন্ত্ৰী যোগীৰ সেই আশ্বাসৰ মাজতে চৰকাৰৰ প্ৰশাসনৰ বিৰুদ্ধে হাথৰছৰ যুৱতীৰ পৰিয়ালক বন্দী কৰি ৰকাৰ অভিযোগ উঠে। কেবল সেয়াই নহয়, যুৱতীৰ পিতৃক নিৰ্যাতনৰ অভিযোগো উঠিছে।

যুৱতীগৰাকীৰ গাঁওখনৰ পৰা এগৰাকী কিশোৰ বাহিৰলৈ আহি শুকুৰবাৰে পুৱা অভিযোগ কৰিছিল যে আৰক্ষীয়ে পৰিয়ালৰ ফোনসমূহ বাজেয়াপ্ত কৰি নিছে।

কিশোৰগৰাকীয়ে যুৱতীৰ পিতৃয়ে সংবাদমাধ্যমৰ সন্মুখত কথা ক’ব বিচাৰিছে বুলিও জানিব দিয়ে।

ইপিনে সাংবাদিকসকলক যুৱতীৰ ঘৰৰ আশেপাশেও সোমাবলৈ দিয়া হোৱা নাই। কোনো সাংবাদিক যদি আৰক্ষীৰ বেৰিকেডৰ মাজত সোমাই পৰিছে, তেওঁলোককো আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ প্ৰতিবাদত আনকি সাংবাদিকসকলে প্ৰতিবাদী ধৰ্ণাও দিয়ে।

এতিয়া যোগী আদিত্যনাথৰ চৰকাৰে ঘটনাৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ পদক্ষেপ গ্ৰহণ কৰিবনে?

ৰাজ্যখনত নাৰী নিৰ্যাতনৰ ঘটনাই গোটেই দেশকে উদ্বিগ্ন কৰি ৰখাৰ সময়ত ৰাজ্য চৰকাৰখনে কি দৃষ্টান্তমূলক ন্যায় প্ৰদান কৰে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd