• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

prostitution দেশখনৰ পৰা পতিতাবৃত্তি ‘বিলুপ্ত’ কৰাৰ অংগীকাৰ স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছেনচেজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2021 9:30 am
Pedro-Sánchez-780x405

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছেনচেজ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

prostitution স্পেইনৰ বাঁওপন্থী প্ৰধানমন্ত্ৰী পেড্ৰ’ ছেনচেজে দেওবাৰে দেশখনৰ পৰা পতিতাবৃত্তি ‘বিলুপ্ত’ কৰাৰ অংগীকাৰ কৰি কয় যে ই মহিলাসকলক ‘দাসী’ কৰি তোলে।

তেওঁৰ ছচিয়েলিষ্ট পাৰ্টিৰ তিনিদিনীয়া কংগ্ৰেছৰ সামৰণিত ছেনচেজে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা নীতিসমূহৰ বিষয়ে দাঙি ধৰি কয় যে কঠোৰ ঘৰুৱা হিংসাৰ আইন তথা ন্যুনতম মজুৰি বৃদ্ধিৰ দৰে নীতিয়ে স্পেইনক আগবঢ়াই নিয়াত সহায় কৰিব।

ভেলনচিয়াৰ ইষ্টাৰ্ণ চিটিৰ এক জনসমাগমত বিশদ দাঙি নধৰাকৈয়ে তেওঁ কয়,’’কংগ্ৰেছে গ্ৰহণ কৰা দায়বদ্ধসমূহ মই ৰূপায়ন কৰিম। আমি পতিতাবৃত্তি বিলুপ্ত কৰিবলৈ আগবাঢ়িছো যিয়ে মহিলাসকলক দাসী কৰি তোলে।‘’

Apply Now

স্পেইনত যৌন শোষণ আৰু যৌন দালালী অবৈধ যদিও পতিতাবৃত্তি অনিয়ন্ত্ৰিত। ৰাজহুৱা স্থানৰ বাহিৰত যিসকলে ইচ্ছাকৃতভাৱে ধনৰ বিনিময়ত যৌনতা বিক্ৰী কৰে তেওঁলোকৰ বাবে মানৱ সৰবৰাহৰ বিষয়ৰ বাহিৰে আইনৰ ভিতৰত কোনো শাস্তিৰ ব্যৱস্থা নাই।

Also Read: কিয় গ্ৰেপ্তাৰ কৰি জামিনত মুকলি কৰি দিলে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক?

যদিও নিয়মীয়া ব্যৱস্থা হিচাপে স্বীকৃত নহয়, দেশখনত এক বৃহৎ সংখ্যক পতিতালয় আছে। বহুতে হোটেল বা আন ল’জৰ পৰা এই ব্যৱসায় চলাই আছে।

দেশখনৰ সংস্থা ছচিয়েল ইনভেষ্টিগেশ্যন চেন্টাৰে চলোৱা এক সমীক্ষা অনুসৰি স্পেইনৰ প্ৰতি তিনিগৰাকী লোকৰ ভিতৰত এগৰাকীয়ে তেওঁলোকৰ জীৱনকালত কমেও এবাৰ যৌনতাৰ বাবে ধন খৰচ কৰে।

উল্লেখ্য যে ২০১৯ৰ দেশখনৰ দুটা অমীমাংসিত সাধাৰণ নিৰ্বাচনত তেওঁৰ ছচিয়েলিষ্ট পাৰ্টি প্ৰথম স্থানত থকাৰ পাছত ছেনচেজে ২০২০চনৰ জানুৱাৰীত  এক সংখ্যালঘু মিত্ৰজোঁট চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰে।

Also Read: ৰাজ্যত কোভিডত নতুনকৈ কিমান আক্ৰান্ত, কিমানৰ মৃত্যু; পজিটিভিটিৰ হাৰ চিন্তাৰ কাৰণ?

তেওঁৰ পাৰ্টিয়ে ২০১৯ৰ এপ্ৰিলত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক মহিলাৰ ওপৰত দৃষ্টি ৰাখি এক ইস্তাহাৰ প্ৰকাশ কৰিছিল য’ত মহিলা ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ পতিতাবৃত্তি বেআইনী কৰাৰ প্ৰস্তাৱ দাঙি ধৰা হৈছিল।

ইস্তাহাৰত পতিতাবৃত্তিক দৰিদ্ৰতাৰ সুযোগ লৈ মহিলাক ব্যৱহাৰ কৰা অন্যতম নৃংশসতাৰ দিশ বুলি কোৱাৰ লগতে ইয়াক মহিলাৰ বিৰুদ্ধে এক আটাইতকৈ নিকৃষ্ট হিংসাৰ ৰূপ বুলি অভিহিত কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd