DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ অনুপ্ৰেৰণামূলক অনুষ্ঠান সম্পন্ন

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
December 29, 2021 9:45 pm
108
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (এন এছ এছ) আৰু ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যৌথ উদ্যোগত ভাৰত চৰকাৰৰ ‘আজাদী কি অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি বিয়লি চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমাত এটি বিশেষ অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমাৰ প্ৰধান শিক্ষক বিপিন ওজাই উদ্বোধন কৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ শিক্ষা বিভাগৰ মুৰব্বী তথা ৰাষ্ট্ৰীয় সেৱা যোজনা গোট (এন এছ এছ)ৰ সমন্বয়ক জীৱন বৰুৱাই।

‘আমাৰ দেশৰ সংবিধানখনৰ বিষয়ে জানো আহাঁ’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ শিক্ষাৰ্থী প্ৰিয়াংকী বৰা, পিংকু কলিতা আৰু পল্লৱী বৰাই।

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নৱম আৰু দশম শ্ৰেণীৰ শতাধিক শিক্ষাৰ্থী তথা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ দহগৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত এটি অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ সমন্বয়ক ড° জয়ন্ত পাঠকে।

অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমাৰ জ্যেষ্ঠ শিক্ষক ৰূপাংকৰ শৰ্মা পাঠকে।

Recent News

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd