• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণী সপ্তাহৰ সামৰণী অনুষ্ঠানত কাজিৰঙাৰ ৩৭ গৰাকীলৈ বনবিভাগৰ বিশেষ স্বীকৃতি

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 7, 2020 3:07 pm

1 min read

index
173
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অনুষ্ঠিত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণী অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে প্ৰশংসনীয় কাম কৰা ৰাজ্যৰ ৭৮ গৰাকী বনবিষয়া, বনকৰ্মী, আৰক্ষী বিষয়া, অনান্য সংগঠনৰ কৰ্মী আৰু কেইবা গৰাকী ব্যক্তিক পুৰস্কৃত কৰা হয়৷

আজি গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বন্যপ্ৰাণী সপ্তাহৰ সামৰণীৰ কেন্দ্ৰীয় অনুষ্ঠানত এই সকল ব্যক্তিক পুৰস্কাৰ প্ৰদান কৰা হয়৷

পুৰস্কাৰৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী লীলাধৰ শৰ্মা, অস্থায়ী বন কৰ্মী সোনমন নাথ, বলীন বৰা আৰু সুনীল ভক্তি, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৃষ্ণ মুৰমুৰ, কৰণ মুৰমুৰ আৰু জগত বাহাদুৰ ছেত্ৰী, বিভাগীয় মাউট দুলাল বৰা অন্যতম৷

কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা আৰু গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়ালৈয়ো বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে পুৰস্কৃত কৰা হয়৷

একেদৰে বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰিদৰ্শক দিব্যজ্যোতি দত্ত, কনিষ্টবল নিতুল ফুকন, বেটেলিয়ন জিতুল গগৈ, ৰাণা বৰপাত্ৰ গোহাঁই, দুৰ্লভ শইকীয়া আৰু বিদিত ৰাজখোৱাকো বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে পুৰস্কৃত কৰা হয়৷

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd