DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰম্পৰাগত খেল ধেমালিৰে জীপাল হৈ পৰিল ১০৫ নং বাৰুণীতাৰা প্ৰাথমিক বিদ্যালয়ৰ বাকৰি

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 31, 2021 1:51 pm
168
VIEWS
Share on FacebookShare on Twitter

পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বাৰুণীতাৰা বতৰদল গাওঁ পঞ্চায়তৰ বিৰ্ষামুণ্ডা ষ্টেডিয়ামৰ ওচৰত থকা ১০৫ নং বাৰুণীতাৰা দ্বিতীয় খণ্ড উন্নতিকৃত নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বছৰেকীয়া নানা বিষয়ৰ লগতে বিভিন্ন ধৰণৰ আমোদজনক খেলধেমালি অনুষ্ঠিত কৰা হয়।

প্ৰধান শিক্ষক পুছপেশ্বৰ হৰো , সহ শিক্ষক প্ৰসেনজিৎ কলিতা , পুৰেন ৰায় আৰু সুভাষ চন্দ্ৰ ৰায়ৰ উপস্থিতি তথা তেওঁলোকৰ প্ৰেৰণাত অনুষ্ঠিত প্ৰতিযোগিতা সমূহত বিদ্যালয় খনৰ বহু ছাত্ৰ ছাত্ৰী অংশ গ্ৰহণ কৰি আনন্দ লাভ কৰা দেখা যায়।

বিশেষ কৈ খেল ধেমালি সমূহৰ ভিতৰত পানীত পাৰত , কুকুৰা যুঁজ , মেজিক চেয়াৰ , টেকেলি ভঙা আদি প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলৰ আত্মহাৰা হৈ গৈছিল।

চাহ বাগিচাৰ কাষত মায়াময় সেউজীয়া পৰিবেশ তথা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ পৰিবেশৰ মাজত অৱস্থিত এই স্কুল খনৰ বাৰ্ষিক অনুষ্ঠান যোৱা চাৰি দিন ধৰি চলি আছে বুলি প্ৰধান শিক্ষক পুষপেশ্বৰ হৰোই অৱগত কৰিছে।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd